মাজুলীত মুখ্যমন্ত্ৰী সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ।৫ বছৰৰ ভিতৰত অসমক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে। ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে অমিত শ্বাহে আৰম্ভ কৰি অমিত শ্বাহে কয় যে,” সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাৰ নেতৃত্বত অসমত উগ্ৰপন্থীৰ সমস্যা নোহোৱা হ’ল।বিগত পাঁচ বছৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত বহু
Author: GTM Desk
মহামাৰী কৰ’নাক প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল।আজিৰ দিনটোতেই ঘোষণা কৰা হৈছিল ‘জনতা কাৰ্ফিউ। জনতা কাৰ্ফিউৰ সময়ত জৰুৰীকালীন সেৱাত জড়িত ব্যক্তিসকল যেনে আৰক্ষী,চিকিৎসা কৰ্মীকে আদি কৰি সংবাদ কৰ্মীসকলক উৎসাহ জনোৱাৰ বাবে থালি আৰু হাত চাপৰি বজাবলৈ মোদীয়ে দেশবাসীক আহ্বান কৰিছিল। কিন্তু একাংশ লোকে কাঁহী-বাতি, ঢোল-তাল,খোল-বৰকাঁহ আদিৰে
ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী বিশ্ব বিদ্যালয়ত অনুষ্ঠিত আছুৰ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত লোৱা হয়। লগতে উদ্দীপ্ত জ্যোতি গগৈ আৰু প্ৰকাশ চন্দ্ৰ দাসক আছুৰ উপদেষ্টা হিচাবে নিযুক্তি দিয়ে। ৰাজ্যিক কাৰ্যনিৰ্বাহকত অসমৰ কেইবাটাও মূল সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুর্থ দীক্ষান্ত সমাৰোহ দেওবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ এই দীক্ষান্ত সমাৰোহত ২০১৯–২০ বর্ষৰ মুঠ ১৬,৩৮১গৰাকী শিক্ষার্থীক স্নাতক, স্নাতকোত্তৰ ডিগ্রীৰ লগতে ডিপ্ল’মা প্রদান কৰা হয়৷ তদুপৰি দেওবাৰে ২২গৰাকী শিক্ষার্থীক পি এইচ ডি আৰু ১৫গৰাকী শিক্ষার্থীক এম ফিল প্রদান কৰা হয়৷ দেওবাৰে অনুষ্ঠানতে চাৰিগৰাকী
প্রতিৰক্ষা ৱেবছাইট ‘মিলিটাৰী ডাইৰেক্ট’ৰ শেহতীয়া সমীক্ষা অনুসৰি বর্তমান বিশ্বৰ সেনা শক্তিত চতুর্থ স্থানত আছে ভাৰত৷ ইফালে, আটাইতকৈ শক্তিশালী সামৰিক বাহিনী হিচাপে চিহ্ণিত হৈছে চীনৰ সেনা৷ দেওবাৰে ৱেবছাইটটোৱে শেহতীয়া সমীক্ষাৰ প্রতিবেদন প্রকাশ কৰিছে৷ প্রতিবেদনৰ তথ্য অনুসৰি বৃহৎ সামৰিক বাজেট সত্ত্বেও এই তালিকাত আমেৰিকাৰ সেনা আছে দ্বিতীয় স্থানত৷ আমেৰিকাৰ সামৰিক বাহিনীয়ে তালিকাত