Author: GTM Desk

চাহ শ্ৰমিকৰ মাজত ব্যতিক্ৰমী ৰূপত আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত

চাহ শ্ৰমিকৰ মাজত ব্যতিক্ৰমী ৰূপত আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগেই ব্যস্ততা বাঢ়িছে দলীয় নেতা-কৰ্মী, প্ৰাৰ্থীৰ। অনুৰূপ দৃশ্য ১০৩ নং আমগুৰি বিধান সভা সমষ্টিতো। তাৰ মাজতে এক ব্যতিক্ৰমী পৰিবেশত দেখা গ’ল আমগুৰিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অংকিতা দত্তক। নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে গাড়ীৰে গৈ থকাৰ মাজতে হঠাতে গাড়ী ৰখাই একাংশ চাহ

বংশৰ পৰম্পৰা ৰক্ষা কৰি বলীউডত ভৰি থলে সঞ্জয় কন্যা চানায়াই

বংশৰ পৰম্পৰা ৰক্ষা কৰি বলীউডত ভৰি থলে সঞ্জয় কন্যা চানায়াই

অভিনেতা সঞ্জয় কাপুৰৰ কন্যা চানায়া কাপুৰে (Shanaya Kapoor) দেউতাক সঞ্জয় কাপুৰ আৰু দুজনকৈ বৰদেউতাক অনিল কাপুৰ আৰু বনি কাপুৰে দেখুওৱা পথত বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনে আজি এটা ছ’চিয়েল মিডিয়াত পোষ্টৰ জৰিয়তে এই কথা জনাইছে। ছবিখনৰ শ্বুটিং অহা জুলাইত আৰম্ভ হ’ব। উল্লেখ্য যে এই পৰিয়ালটোৰ পৰা

ভোটাৰক সজাগতাৰ লক্ষ্যৰে চাইকেল ৰেলী মুখ্য নির্বাচনী বিষয়াৰ

ভোটাৰক সজাগতাৰ লক্ষ্যৰে চাইকেল ৰেলী মুখ্য নির্বাচনী বিষয়াৰ

সমাগত বিধানসভা নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্রতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাডেই বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ অংশ স্বৰূপে দেওবাৰে পুৱা মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ শাখাৰ জৰিয়তে দিছপুৰ খেলপথাৰৰ পৰা আয়োজন কৰা গণতন্ত্রৰ বাবে চাইক্লোথন শীর্ষক চাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্য নির্বাচনী

স্নাতক-স্নাতকোত্তৰৰ ছাত্ৰীয়েও পাব স্কুটী, ল’ৰাই পাব বুলেট

স্নাতক-স্নাতকোত্তৰৰ ছাত্ৰীয়েও পাব স্কুটী, ল’ৰাই পাব বুলেট

কলিয়াবৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা-স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলেও পাব স্কুটী। সভাখনত ভাষণ প্ৰদান কৰি ড০ শৰ্মাই কয়-এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটী দিছোঁ। অহাবাৰ গ্ৰেজুৱেট, পোষ্ট-গ্ৰেজুৱেট পঢ়া ছাত্ৰীসকলকো দিম। প্ৰসংগক্ৰমে জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত তেওঁ এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন