Author: GTM Desk

বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰিলে এখন বুলেটে ৷ উল্লেখযোগ্য যে বুলেটখনত থকা তিনি আৰোহী গুৰুতৰভাৱে আহত হয় ৷ আহত তিনিওকে ততাতৈয়াকৈ বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ভৰ্তি কৰোৱা পিছতেই চিকিৎসালয়ত মৃত্যু হয় বুলেটৰ চালকৰ আসনত থকা পাপুল গগৈ ৷ নিহত পাপুল গগৈৰ ঘৰ গোলাঘাট বৰপথাৰত ৷

লংকাত সুদখোৰৰ কবলৰ পৰা ঘৰ মাটি লৈ আৰক্ষীয়ে চমজাই দিলে দূৰ্ভগীয়া মহিলাক।

লংকাত সুদখোৰৰ কবলৰ পৰা ঘৰ মাটি লৈ আৰক্ষীয়ে চমজাই দিলে দূৰ্ভগীয়া মহিলাক।

অভিযোগ দিয়াৰ এঘন্টাৰ ভিতৰত ততাতৈয়াকৈ ব্যৱস্থা লয় হোজাই আৰক্ষীয়ে। হোজাই জিলা আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত এটা আৰক্ষী দলে অভিযোগ পোৱা মাত্ৰই ল’লে ব্যৱস্থা। জানিব পৰা মতে, লংকা পৌৰ সভাৰ ৯ নং বাৰ্ডৰ মিৰা দাস নামৰ এগৰাকী মহিলাই দুবছৰ পূৰ্বে সুদখোৰ সুৰজ দেৱনাথ, দুলু দেৱনাথ,

৫ ৰাশিৰ জাতক-জাতিকাৰ হ’ব লাভ, চাওক ৬ মাৰ্চৰ ৰাশিফল

৫ ৰাশিৰ জাতক-জাতিকাৰ হ’ব লাভ, চাওক ৬ মাৰ্চৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে ভাল খবৰ লৈ আহিব। আপুনি নতুন সম্পত্তি লাভ কৰিব পাৰে, কিন্তু কিছুদিন ধৰি চলি থকা ব্যৱসায়িক সমস্যাৰ বাবে আপুনি কাৰোবাক লগ কৰিব লাগিব পাৰে। ক’ৰবালৈ যোৱাৰ কথা ভাবিছে যদি কিছু সময়ৰ বাবে স্থগিত ৰাখক, অন্যথা দুৰ্ঘটনাৰ বাবে আপোনাৰ আৰ্থিক খৰচ বাঢ়িব পাৰে। কৰ্মস্থলীত