Author: GTM Desk

পিকে দত্তৰ সোঁহাত জয়দীপৰ ভাৰাঘৰত ওলাল ২৪.৮৮ লাখ টকা

পিকে দত্তৰ সোঁহাত জয়দীপৰ ভাৰাঘৰত ওলাল ২৪.৮৮ লাখ টকা

অসম আৰক্ষীৰ কুখ্যাত অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্তৰ এজন ঘনিষ্ঠৰ ঘৰত বুধবাৰে চি আই ডিৰ এটা দলে অভিযান চলাই ২৪,৮৮,৩০০ টকা উদ্ধাৰ কৰে৷ এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তৰ ব্যক্তিগত সহায়ক জয়দীপ বৰুৱাৰ মহানগৰীৰ চানমাৰিৰ নৱগিৰি পথত থকা ভাৰাঘৰত আজি নিশাৰ ভাগত চি আই ডিৰ দলটোৱে

বিজেপিক আঁকোৱালি ল’লে সলনি হৈ যাব বিটিএডিৰ উন্নয়নৰ ৰূপৰেখা

বিজেপিক আঁকোৱালি ল’লে সলনি হৈ যাব বিটিএডিৰ উন্নয়নৰ ৰূপৰেখা

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বি টি আৰ চুক্তিৰ জৰিয়তে বি টি এ ডি অঞ্চলৰ ক্ষিপ্র উন্নয়নৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে৷ বি টি আৰবাসীয়ে বিজেপিক আন্তৰিকতাৰে আঁকোৱালি ল’লে অনাগত সময়ত বি টি আৰৰ উন্নয়নৰ ৰূপৰেখা সলনি হৈ যাব৷ –এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়

৪০ লাখত প্রশ্নকাকত বিক্রী সঞ্জীত কৃষ্ণৰ

৪০ লাখত প্রশ্নকাকত বিক্রী সঞ্জীত কৃষ্ণৰ

কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ প্রশ্নকাকত ট্রাংক খুলি উলিয়াই দিয়াৰ বাবদ ৪০ লাখ টকা লৈছিল৷ এই টকা দিছিল অক্ষয় টেলিকমিউনিকেচনৰ অংশীদাৰ ৰুবুল আলী ওৰফে ৰুবুল হাজৰিকাই৷ এছ আই পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ এই ক’লা অধ্যায় পোহৰলৈ আহিছে চি আই ডিৰ তদন্তত৷ অভিযোগ মতে,