Author: GTM Desk

১২ বছৰ পিছত হ’ব বুধ-বৃহস্পতিৰ সংযোগ; এই ৰাশিৰ জাতক-জাতিকাৰ ঘৰলৈ আহিব প্ৰচুৰ ধন, সম্পত্তি!

১২ বছৰ পিছত হ’ব বুধ-বৃহস্পতিৰ সংযোগ; এই ৰাশিৰ জাতক-জাতিকাৰ ঘৰলৈ আহিব প্ৰচুৰ ধন, সম্পত্তি!

মাৰ্চৰ আৰম্ভণিতে গ্ৰহৰ ৰাজকুমাৰ বুধ আৰু দেৱগুৰু সংযুক্ত হ’ব। এই সংযোগ ১২ বছৰৰ পিছত হ’বলৈ গৈ আছে। ইয়াক অতি বিৰল বুলি কোৱা হয়। এই সংমিশ্ৰণৰ বাবে কিছুমান ৰাশিৰ জাতক-জাতিকাই ধন-সম্পত্তি লাভ কৰিব। বৰ্তমান বৃহস্পতি গ্ৰহ মেষ ৰাশিত আছে। মাৰ্চ মাহৰ আৰম্ভণিতে বুধ গ্ৰহও মেষ ৰাশিত প্ৰৱেশ কৰিব। এই ট্ৰেনজিটে বুধ-বৃহস্পতিৰ

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদত শপত গ্ৰহণৰ বাবে সাজু নীতিশ কুমাৰ!

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদত শপত গ্ৰহণৰ বাবে সাজু নীতিশ কুমাৰ!

বিহাৰত এতিয়া ৰাজনৈতিক উত্তেজনাই চৰ সীমাত উপনীত হৈছে৷ বিজেপিৰ সমৰ্থনত পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব গ্ৰহণৰ দিশে নীতিশ কুমাৰ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি নীতিশ কুমাৰে সোমবাৰে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ খবৰ অনুসৰি শনিবাৰে নিশাৰ ভিতৰতে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব৷ ইপিনে শনিবাৰে সন্ধিয়া নীতিশ কুমাৰে জনতা

কোকৰাঝাৰত চতুৰ্থ বিটিআৰ চুক্তি দিৱস উদযাপন

কোকৰাঝাৰত চতুৰ্থ বিটিআৰ চুক্তি দিৱস উদযাপন

২০২০ চনৰ আজিৰ দিনটোতে সম্পন্ন হৈছিল ঐতিহাসিক বিটিআৰ চুক্তি । নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰত চতুৰ্থ বিটিআৰ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮-০০ বজাত দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধুথলীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । ৯-০০ বজাত এবছুৰ পতাকা উত্তোলন

শনিবাৰৰ দিনটোত মৰাণত ৭টা মহিলা-কিশোৰী-শিশু নিৰুদ্দেশৰ ঘটনা

শনিবাৰৰ দিনটোত মৰাণত ৭টা মহিলা-কিশোৰী-শিশু নিৰুদ্দেশৰ ঘটনা

সমাজ জীৱনত এনে কিছুমান অপৰাধজনক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় যিয়ে সকলোকে চিন্তিত কৰি তোলে। প্ৰতিদিনে সংঘটিত কিবা নহয় কিবা ঘটনাই সমাজত শান্তিৰ পৰিৱেশ যেন নষ্ট কৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে সাধাৰণ জনতাৰ দৈনন্দিন জীৱন-যাপনত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে। মৰাণ আৰক্ষী থানাত একেদিনাই ৬টা মহিলা-কিশোৰী,