মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত দেওবাৰে ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে। অনুষ্কা শইকীয়াৰ ৰহস্যজনক মৃত্যৰে নাম সাঙোৰ খাইছে প্ৰেমিক ৰাহুলৰ। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক সোধোপাছা কৰিছে দিছপুৰ আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। অনুষ্কাৰ ভাৰাঘৰলৈও প্ৰায়ে গৈছিল ৰাহুল শইকীয়া। শনিবাৰে অনুষ্কাৰ ৰূমলৈ আহিছিল
Author: GTM Desk
খন সংসাৰ। স্বামী-পত্নী আৰু তেওঁলোকৰ এটি ৩ বছৰীয়া সন্তান। প্ৰায় ছমাহ পূৰ্বে এদিন ব্যৱসায়ৰ কামত যাওঁ বুলি গুৱাহাটী মহানগৰীলৈ আহিছিল স্বামী। মহানগৰীলৈ অহাৰ পিছৰে পৰা যেন সলনি হ’ল স্বামীৰ মতি গতি। কমি আহিল পত্নী-সন্তানৰে লখিমপুৰৰ ঢকুৱাখনাত থকা সংসাৰখনৰ প্ৰতি দায়িত্ব। লাহে লাহে কমি আহিল পত্নীৰ সৈতে যোগাযোগ। মাজে সময়ে পত্নীয়ে
November 27, 2023; Guwahati: Adding another feather in the cap, Krish Pawe of class XII, a shining star from Modern English School, Kahilipara Guwahati has brought accolades not only for the school but also for the state by winning at CBSE National Taekwondo competition, which took place in Greater Noida
চাইনা মাল! অৰ্থাৎ চীনৰ সামগ্ৰী। ভাৰতত চীনত উৎপাদিত সামগ্ৰীৰ এখন ভাবিব নোৱাৰা বজাৰ আছে। সেই সামগ্ৰীসমূহৰ গুণগতমান নাথাকিব পাৰে কিন্তু কাম চলি যায়। সামগ্ৰীবোৰৰ দামো কম, সেয়ে গ্ৰাহকৰ আগ্ৰহো বেছি। দেশৰ চুকে-কোনে চাইনা মাল পোৱা যায়। গ্ৰাহকে এইটোও জানে চীনৰ এই সামগ্ৰীবোৰৰ আয়ুস ভগৱানেও নাজানে। কোনো সামগ্ৰীৰেই গেৰান্টীও নাথাকে। তাৰপাছতো
বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ১৪০ কোটি ভাৰতীয়ৰ স্বপ্ন ভংগ কৰি টীম ইণ্ডিয়াক পৰাস্ত কৰিছিল ভাৰতে। বিশ্বকাপ শেষ হোৱাৰ লগে লগে ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়া টী-২০ শৃংখলা। বিশ্বকাপৰ সপোন পূৰণৰ পৰা বঞ্চিত কৰা টীম ইণ্ডিয়াই যেন লৈছে ইয়াৰেই পোতক। ভাৰত-অষ্ট্ৰেলিয়া টী-২০ শৃংখলাৰ মুঠ ৫ খন শৃংখলাৰ প্ৰথম দুয়োখন মেচতে টীম