Author: GTM Desk

সোনকালে ভাগৰ লাগে ? জানি লওক দূৰ কৰাৰ উপায়

সোনকালে ভাগৰ লাগে ? জানি লওক দূৰ কৰাৰ উপায়

ব্যস্ততাপূৰ্ণ জীৱনত কামৰ ভাৰ বেছি হ’লে আৰু পৰ্যাপ্ত বিশ্রাম নোপোৱাৰ ফলত মানুহে বেছিকৈ ভাগৰ অনুভৱ কৰিবলৈ লয়। আপুনিও যদি সামান্য পৰিশ্ৰম কৰিলেই অতিশয় ভাগৰুৱা হৈ পৰে, তেন্তে নিম্নোক্ত যোগাসন নিয়মিতভাৱে কৰিলে উপযুক্ত ফল লাভ কৰিব পাৰিব। এই আসনৰ নাম হ’ল শৱাসন। এই আসনত আপুনি কৰিবলগীয়া বিশেষ নাথাকে। একেবাৰে স্বাভাৱিক আৰু

জানেনে পুৱাৰ আহাৰৰ গুৰুত্ব কিমান !

জানেনে পুৱাৰ আহাৰৰ গুৰুত্ব কিমান !

পুৱা শুই উঠাৰ পাছত প্ৰাতঃকৰ্ম সমাপন কৰাৰ পাছত মানুহৰ ভোক লাগে। কামলৈ ওলাই যোৱা পূর্বে সকলোকে পুৱাৰ আহাৰৰ প্ৰয়োজন। বিশেষজ্ঞৰ মতে,পর্যাপ্ত পৰিমাণৰ পুৱাৰ আহাৰে এজন লোকৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিয়মিতৰূপে পুৱাৰ আহাৰ গ্ৰহণ নকৰিলে যে শৰীৰৰ মাৰাত্মক ক্ষতি হয়, সেই কথা আমি সকলোৱে জানো। কিন্তু শেহতীয়া এক

মিঠাই খালে ডায়েবেটিছ বৃদ্ধি হয় নে?

মিঠাই খালে ডায়েবেটিছ বৃদ্ধি হয় নে?

আজিকালি প্ৰায়ভাগ লোকেই মিঠাই খাব নোখোজে। কিছুমান লোকে মিঠাই শব্দটো শুনাৰ লগে লগে সাত জাঁপ মাৰে। চাহ দোকানতো বিনা চেনিৰ চাহ বিচৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কম বয়সীয়া ল’ৰা-ছোৱালীয়ে মিঠাইৰ পৰা সাত হাত আঁতৰত থাকিব বিচাৰে। এনে কিছু লোক আছে যিয়ে চাহৰ লগত মিঠাই নাখায় যদিও ৰসগোল্লা আদি

টোপনি নাহে? অন্য ৰোগৰো সংকেত হ’ব পাৰে

টোপনি নাহে? অন্য ৰোগৰো সংকেত হ’ব পাৰে

এজন পূৰ্ণবয়স্ক লোকৰ বাবে দৈনিক ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷  কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহুতে সময়মতে  শুবলৈ যাব নোৱাৰে৷ কামৰ হেঁচাত টোপনিৰ পৰিমাণ ক’ব নোৱাৰাকৈয়ে হ্ৰাস পাই আহে৷ টোপনি হ্ৰাস পালে বিভিন্ন ৰোগৰ উপসৰ্গই

মহানৱমী! আজিৰ বিশেষ ৰাশিফল; আজি ​​কোনে পাব ভাগ্যৰ সহায়?

মহানৱমী! আজিৰ বিশেষ ৰাশিফল; আজি ​​কোনে পাব ভাগ্যৰ সহায়?

আজি ​​মহানৱমী। আজি ​​কোনে পাব ভাগ্যৰ সহায়? শুভবাৰ্ত্তালৈ কোন আহিব পাৰে? মহানৱমী কাৰ বাবে মহান হ’ব? ১২টা ৰাশিৰ ৰাশিফল ​​জানি লওক। মেষ ৰাশিঃ আজি খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। অভাৱনীয় খৰচ বৃদ্ধিয়ে আপোনাৰ মনৰ শান্তি বিনষ্ট কৰিব পাৰে। তৎক্ষণাত ঘৰুৱা বিষয়ত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব