🔴মহানগৰীৰ খানাপাৰাত ড্ৰাগছ বিৰোধী অভিযান🔴খানাপাৰা উৰণসেতুৰ তলৰ পৰা জব্দ ৮৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ🔴ড্ৰাগছসহ গ্ৰেপ্তাৰ ধন ৰাভা, আইনুল শ্বেখ, কেটেপ বড়ো, চুনাবানো বেগমক🔴দীৰ্ঘদিন ধৰি খানাপাৰাত চলাই আহিছিল ড্ৰাগছৰ বেহা
Author: GTM Desk
🔴দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত ভয়ংকৰ বিস্ফোৰণ🔴অহৰহ গতিত নিৰ্গমন হৈছে প্ৰাকৃতিক গেছ🔴ঘটনাক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত তীব্ৰ আতংক🔴অইলৰ ৬৭ নম্বৰ তৈলখাদত সংঘটিত এই ঘটনা
🔴সাময়িকভাৱে স্থগিত ISROৰ গগনযানৰ পৰীক্ষণমূলক উৎক্ষেপণ🔴কাৰিকৰীগত কাৰণত বাতিল উৎক্ষেপণৰ পৰীক্ষণ🔴এই কথা জনালে ইছৰোৰ মুৰব্বী এছ সোমনাথে
🔴ৰঙিয়াত ৯০ কেজি গাঞ্জা জব্দ🔴হুণ্ডাই i20 বাহন এখনৰ পৰা উদ্ধাৰ গাঞ্জাখিনি🔴গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা🔴ওদালগুৰিৰ পৰা হাজো অভিমুখে আহিছিল বাহনখন🔴আৰক্ষীৰ উমান পাই বাহনখন দুৰ্ঘটনা কৰি পলায়ন সৰবৰাহকাৰীৰ
🔴মুকলিৰ এদিন পিছতেই শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা🔴গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা🔴দুৰ্ঘটনাত অসমৰ মানচিত্ৰৰ স্মাৰকটো ক্ষতিগ্ৰস্ত🔴উদ্যানখনৰ ৰেলিঙৰ লগতে পকী অংশৰো ক্ষতিসাধন🔴চানমাৰিৰ দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনখন🔴সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালক🔴ঘটনাস্থলীৰ পৰা সুৰামত্ত চালকজনক আটক🔴দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজন হিমাচল প্ৰদেশৰ🔴বাহনখনত থকা আন এজন আৰোহীকো আটক আৰক্ষীৰ🔴দুৰ্ঘটনাত আহত এগৰাকী গৃহৰক্ষী