নিউজ ব্যুৰ’,নগাঁও,১৩অক্টোবৰ:–নগাঁৱত এগৰাকী ছাত্ৰীয়ে চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আত্মহত্যা কৰা ছাত্ৰীগৰাকী হৈছে মাৰজানা কাদিৰ লস্কৰ । নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ B.Vocৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী আছিল । মাৰজানা কাদিৰ লস্কৰৰ ঘৰ লংকাত আছিল বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বিগত কেইদিনমান
Author: GTM Desk
চৌদিশে এতিয়া দুৰ্গা পূজাৰ প্ৰস্তুতি। আৰু মাত্ৰ এটা মাহ। পূজাৰ আনন্দত উখল–মাখল হ’ব সমগ্ৰ দেশ। উজলি উঠিব গাঁও–চহৰ সকলো। এইবাৰ দুৰ্গা পূজাত মা দুৰ্গাৰ আগমন কিদৰে হ’ব। কিহত আহিব দেৱী দুৰ্গা ? পঞ্জিকা মতে, এইবাৰ দেৱী দুৰ্গাৰ আগমন হ’ব ঘোঁৰাত। পঞ্জিকা মতে যাৰ অৰ্থ হ’ল ‘ছত্ৰভংগ’। আৰু মা দুৰ্গাৰ গমনো
চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি অবৈধ প্ৰক্ৰিয়াৰে কোৰোণাৰে ধন চপোৱা একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান ৷ বৃহস্পতিবাৰেও চাৰি হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হʼবলগীয়া হʼল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সনৎ কুমাৰ মুদৈ । ডকমকা থানা এলেকাৰে যাতায়াত কৰা ৰড-চিমেন্ট কঢ়িওৱা
উন্নয়নে জীৱকুল আৰু প্ৰকৃতিৰ প্ৰতি বিপদ কঢ়িয়াই আনিছে নেকি? কাৰ ভুল আৰু অমনোযোগিতাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়? বৃহস্পতিবাৰে ৰাতিপুৱা আনুমানিক ৪.৩০ মান বজাত পশ্চিম শোণিতপুৰ বন সংমণ্ডল আৰু তেজপুৰ সদৰ বনাঞ্চলৰ অন্তৰ্গত ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ ভোমোৰাগুৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটি হৰিনাৰ পথ দুৰ্ঘটনা
মৰিয়নিত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম,ডাম্পাৰৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত এগৰাকী বাইক আৰোহী পুৱাৰ ভাগৰ পৰা মৰিয়নি নগৰৰ মাজেৰে শ শ বালি কঢ়িওৱা ডাম্পাৰৰ অতপালি, নামানে কোনো চৰকাৰী নিতী নিয়ম।মৰিয়নিবাসীয়ে বাৰম্বাৰ প্ৰশাসনক এই বালি ডাম্পাৰখিনিক নিয়ন্ত্ৰণ কৰাৰ বাবে অনুৰুধ জনাই অহাৰ পাছতো প্ৰশাসনে চকু মুদা কুলিৰ ভাও জুৰি আহিছিল। আজি পুৱাৰ