Author: GTM Desk

চাকৰি প্ৰদানৰ নামত মহানগৰীত গঢ় লৈ উঠিছে ভুৱা প্ৰতিষ্ঠান; প্ৰৱঞ্চনাৰে সৰকাইছে লক্ষ লক্ষ টকা

চাকৰি প্ৰদানৰ নামত মহানগৰীত গঢ় লৈ উঠিছে ভুৱা প্ৰতিষ্ঠান; প্ৰৱঞ্চনাৰে সৰকাইছে লক্ষ লক্ষ টকা

প্ৰশাসনৰ জ্ঞাতসাৰেই মহানগৰীত শেহতীয়াকৈ ইটোৰ পাছত সিটোকৈ গঢ় লৈ উঠিছ ভুৱা বিত্তীয় প্ৰতিষ্ঠান ৷ এনেবোৰ প্ৰতিষ্ঠানে নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে কেৰোণেৰে সৰকাইছে লক্ষ লক্ষ টকা ৷ শেহতীয়াকৈ মহানগৰীৰ ছয়মাইলস্থ চলিউশ্যন চাৰ্ভিচ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ১০০ শতাংশ গেৰাণ্টিসহ ভাৰতীয় ডাক বিভাগত চাকৰি দিয়াৰ নামত বিজ্ঞাপন প্ৰকাশ কৰি নিবনুৱা যুৱক-যুৱতীৰ

মহানগৰীত আৰক্ষীৰ জালত দুই গভাইত চিলনী চোৰ

মহানগৰীত আৰক্ষীৰ জালত দুই গভাইত চিলনী চোৰ

মহানগৰীত আৰক্ষীৰ জালত পৰিল দুই গভাইত চিলনী চোৰ। কেইদিনমান পূৰ্বে মহানগৰীৰ ৰাজগড়ত মাৰণাস্ত্র দেখুৱাই অধিবক্তা মমিতা বৰাৰ পৰা চেইন কাঢ়ি নিছিল দুই চিলনী চোৰে। অৱশেষত মঙলবাৰে চানমাৰি আৰক্ষীৰ জালত পৰে উল্লিখিত সোণৰ চেইন থপিয়াই নিয়া দুই গভাইত চোৰ । উল্লেখ্য যে,অধিবক্তা গৰাকীক মাৰাণাস্ত্ৰ দেখুৱাই সোণৰ চেইন কাঢ়ি নিয়াৰ সমগ্ৰ দৃশ্য

চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত…

চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত…

ৰাজ্যৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা কে’বা শতাধিক কম্পিউটাৰ শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সোমবাৰৰ পৰা অব্যাহত ৰখা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি দ্বিতীয় দিনাও ৰূপায়ণ কৰে শিক্ষকসকলে ৷ মহানগৰীৰ চচলত অব্যাহত ৰখা প্ৰতিবাদ কাৰ্যসূচীত আজিও ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হয় কম্পিউটাৰ শিক্ষকে ৷ প্ৰতিবাদকাৰীৰ

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৭-৩০ বজাত সহকাৰী অধ্যাপক ড০ ফজৰ আলীৰ পৰিচালনাত ছাফাই কাম, ৮-০০ বজাত বৃক্ষৰোপণ কৰে সহযোগী অধ্যাপক বিল্লাল হুছেইনে। পিছত প্ৰতিষ্ঠা দিৱসৰ মূল পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জহুৰুল

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮ ৰাণত হৰুৱায় । মেচখনত প্ৰথমে বেট ধৰি অসমে নিৰ্ধাৰিত অভাৰত ২৩৬ ৰাণ কৰে । অসমৰ হৈ প্ৰথম মেচত অপৰাজিত ৮৩