Author: GTM Desk

২০২২-২৩ বৰ্ষৰ বাবে চাহ বাগিচাৰ শ্ৰমিকক বোনাছ পুনৰীক্ষণৰ বাবে বৈঠক অনুষ্ঠিত

২০২২-২৩ বৰ্ষৰ বাবে চাহ বাগিচাৰ শ্ৰমিকক বোনাছ পুনৰীক্ষণৰ বাবে বৈঠক অনুষ্ঠিত

নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত বুধবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত ২০২২-২৩ বৰ্ষৰ বাবে চাহ বাগিচাৰ শ্ৰমিকক বোনাছ প্ৰদান কৰাৰ বিষয়টো পুনৰীক্ষণৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। সভাখন মুকলি কৰি অতিৰিক্ত জিলা আয়ুক্ত লক্ষ্যজ্যোতি দাসে আগন্তুক দুৰ্গা পূজা আৰু উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ অন্তৰ্গত চাহ

নগাঁৱৰ শিঙিমাৰী পঞ্চায়তৰ পঞ্চায়ত গৃহ শুভ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

নগাঁৱৰ শিঙিমাৰী পঞ্চায়তৰ পঞ্চায়ত গৃহ শুভ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠীয়াতলী উন্নয়ন খণ্ডৰ শিঙিমাৰী পঞ্চায়তৰ পঞ্চায়ত গৃহ শুভ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। পঞ্চায়ত গৃহটি শুভ উদ্বোধন কৰে ৰহা বিধান সভা সমষ্টিৰ বিধায়ক শশী কান্তু দাসে । লগতে বিধায়কগৰাকীয়ে ৰজাগাঁৱৰ মাজমজিয়াত এটি সাংস্কৃতিক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে শিঙিমাৰী গাঁও

নগাঁৱৰ কামপুৰত FRUৰ সমস্যা সমাধানৰ দাবীত প্ৰিণ্ট মিডিয়া এছ’চিয়েচনৰ প্ৰতিবাদ

নগাঁৱৰ কামপুৰত FRUৰ সমস্যা সমাধানৰ দাবীত প্ৰিণ্ট মিডিয়া এছ’চিয়েচনৰ প্ৰতিবাদ

নগাঁও জিলাৰ বৃহত্তৰ কামপুৰৰ এফ আৰ ইউখনৰ বিভিন্ন সমস্যাক লৈ বুধবাৰে কামপুৰ প্ৰিণ্ট মিডিয়া এছ’চিয়েচনে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অঞ্চলটো একমাত্ৰ এফ আৰ ইউখনত দৈনিক শতাধিক ৰোগীয়ে চিকিৎসাৰ বাবে আহে যদিও বিগত প্ৰায় ২০-২৫ দিন ধৰি এক্স-ৰে মেচিন আৰু পৰীক্ষাগাৰৰ বহু গুৰুত্বপূৰ্ণ সা-সজুলি বিকল হৈ থকাত ৰোগীসকলৰ যথেষ্ট অসুবিধাৰ

বিয়াৰ ৭ মাহ পিছতে থানবান সুখৰ সংসাৰ!

বিয়াৰ ৭ মাহ পিছতে থানবান সুখৰ সংসাৰ!

স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত বোৱাৰীক পলুৱাই নিলে এজন যুৱকে। বিয়াৰ মাত্ৰ ৭মাহ পাছতে থানবান হৈ পৰিল এখন সুখৰ সংসাৰ। স্বামীক বজাৰৰ দীঘলী তালিকা দি ব্যস্ত কৰাই ৰাখি আন এজন যুৱকৰ সৈতে পলাই গ’ল পত্নী। বজাৰৰ পৰা ঘূৰি আহি পদূলিত গাড়ীৰ হৰ্ণ বজালে স্বামীয়ে। কিন্তু পত্নীক স্বামীয়ে বিচাৰি নাপালে

এজনী মৰমলগা কণমানিৰ মৃত্যুৱে কন্দুৱাইছে নলবাৰীবাসীক…

এজনী মৰমলগা কণমানিৰ মৃত্যুৱে কন্দুৱাইছে নলবাৰীবাসীক…

এজনী কণমানিৰ মৃত্যুৱে কন্দুৱাইছে নলবাৰীবাসীক। এণ্টিভেনম বেজী নোপোৱাৰ বাবেই কণমানিজনীৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া বিতৰ্কত সোমাই পৰিছে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল। এটা বেজীৰ অভাৱত এগৰাকী ফুল কুমলীয়া ছাত্ৰীৰ মৃত্যুৰ অভিযোগে কঁপাইছে নলবাৰী। ঘটনাৰ বিৱৰণী অনুসৰি, নলবাৰীৰ তন্ত্ৰশংকৰা গাঁৱৰ বাসিন্দা তথা অভ্যাসন বিদ্যালয়ৰ ‘ক’ শ্ৰেণীৰ ছাত্ৰী