Author: GTM Desk

মৰ্মান্তিক! হাস্পতালত এ.চিৰ বাবে অতিপাত ঠাণ্ডাত প্ৰাণ গ’ল দুই নৱজাতকৰ

মৰ্মান্তিক! হাস্পতালত এ.চিৰ বাবে অতিপাত ঠাণ্ডাত প্ৰাণ গ’ল দুই নৱজাতকৰ

গৰমত এয়াৰ কণ্ডিচনাৰ লগোৱাতো তেনেই সাধাৰণ কথা। আজিকালি বহু ঠাইত দিনে ৰাতিয়ে এয়াৰ কণ্ডিচনাৰ চলে। পাৰিপাৰ্শ্বিকৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা কোঠাত এয়াৰ কণ্ডিচনাৰ নহ’লেই নহয়। পিছে কেতিয়াবা এয়াৰ কণ্ডিচনাৰেই হ’ব পাৰে প্ৰাণনাশী! অসাৱধানতাৰ বাবে তেনেই সাধাৰণ যেন লগা ঘটনাই কেতিয়াবা ঘটাব পাৰে অঘটন। এই ঘটনাটোও তেনেকুৱাই। গাৰ নোম শিয়ৰি

ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই কাৰ্লভাৰ্টত খুন্দা তীব্ৰবেগী বাহনৰ

ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই কাৰ্লভাৰ্টত খুন্দা তীব্ৰবেগী বাহনৰ

লংকাৰ বামুণগাঁৱত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। লংকা–লামডিং সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা কালভাৰ্টত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা নেক্সন বাহনে। এই দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক। দুৰ্ঘটনাত পতিত বাহনখনৰ পঞ্জীয়ন নং AS-11W-5800। দুৰ্ঘটনাত নিহত লোক দুজন

এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল

এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল

এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল। আজি গুৱাহাটী পৌৰ নিগমে ছীল কৰি দিয়ে হোটেলখন। প্ৰতিদিনেই গ্ৰাহকেৰে ঠাহ খাই থকা হোটেলখন আজি পৌৰ নিগমৰ দল উপস্থতি হৈ ছীল কৰে।

বংগত বহি অসম বিভাজনৰ হুংকাৰ বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ

বংগত বহি অসম বিভাজনৰ হুংকাৰ বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ

বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক লৈ সবল হৈছে পৃথক ৰাজ্য গঠনৰ দাবী। তিনিওখন জিলাক লৈ ‘পূৰ্বাঞ্চল’ (Purvanchal) নামেৰে নতুন ৰাজ্য গঠনৰ দাবী বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ। সময়ে সময়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বিতৰ্কিত আৰু অপমানজনক মন্তব্য কৰি অহা প্ৰদীপ দত্ত ৰয়ে (BDF leader Pradip

মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA

মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA

মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ। ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA। আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত। ১ অক্টোবৰলৈকে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। বুধবাৰে মণিপুৰ চৰকাৰে ঘোষণা কৰে যে ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছমাহৰ বাবে আফছপা বলবৎ থাকিব। শেহতীয়া চৰকাৰী অধিসূচনা অনুসৰি আফছপাৰ