সোমবাৰে বাসুগাঁও চহৰৰ সমীপৰ বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত জীতেন বৰ্মন নামৰ এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে এজনী ১০ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ।ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বিদ্যাপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযুক্ত জীতেন বৰ্মনক তাৰ বাসগৃহৰ পৰা আটক কৰে । অভিযোগ অনুসৰি অভিযুক্ত
Author: GTM Desk
দেশত তীব্ৰগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে পুনৰ এক দলব্ধ ধৰ্ষণৰ খবৰ পোহৰলৈ আহিছে। ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা। এগৰাকী যুৱতী তেওঁৰ ভাবী স্বামীৰ সৈতে বাহিৰলৈ ফুৰিব যোৱাৰ সময়ত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। শুকুৰবাৰে আৰক্ষীয়ে জনাইছে এই কথা। ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া
সম্প্রতি আন্তর্জাতিক নাৰী সৰবৰাহৰ মৃগয়া ক্ষেত্রত পৰিণত হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা। ৰাজ্যখনৰ কমলসাগৰ বিধানসভাৰ বিভিন্ন সীমান্তৱর্তী এলেকাত নাৰী সৰবৰাহৰ লগতে নিষিদ্ধ সামগ্ৰীৰ বেহা সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে। নিষিদ্ধ ড্ৰাগছসহ মানৱ সৰবৰাহৰ নিৰাপদ কৰিড’ৰ হিচাপে ব্যবহৃত হৈছে কোনাবন, হৰহৰদোলা, ফুলতলী, মতি নগৰ, কৈয়াদেপাসহ বিভিন্ন সীমান্তৱর্তী এলেকা। বাংলাদেশৰ নাৰী সৰবৰাহকাৰীৰ লগত
মালিগাঁৱৰ কামাখ্যা গে’টত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল পানীৰ টেংকাৰ। প্ৰথমে উৰণ সেতুৰ এটা খুঁটাত খুন্দা টেংকাৰখনৰ। তাৰ পাছতে ডিভাইডাৰত খুন্দা মাৰে টেংকাৰখনে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন চালকৰ।