Author: GTM Desk

আজি গুৱাহাটীত আই এছ এলৰ প্ৰথম মেচত নর্থ ইষ্ট ইউনাইটেড-মুম্বাই চিটী 

আজি গুৱাহাটীত আই এছ এলৰ প্ৰথম মেচত নর্থ ইষ্ট ইউনাইটেড-মুম্বাই চিটী 

  গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃচলিত দশম ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ৰ কাইলৈ গুৱাহাটীত নতুন ছিজনৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । সৰুসজাই ষ্টেডিয়ামৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’বলগা কাইলৈৰ মেচখনত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলি ছিজনৰ আৰম্ভনি কৰিব। অৱশ্যে মুম্বাই দলৰো

মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অথন্তৰ…

মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অথন্তৰ…

মহাবিদ্যালয়ৰ নিৰ্বাচনৰ আজি আছিল নমিনেচনৰ অন্তিম দিন। দিনৰ ১২ বজাত নমিনেচন জমা দিয়াৰ অন্তিম সময় আছিল যদিও নিৰ্দিষ্ট সময়ত নমিনেচন দিবলৈ উপস্থিত হব নোৱাৰিলে ABVP প্ৰাৰ্থী সকলে। ৰাষ্টাৰে সমদল কৰি আহি থাকোতে সময়ত আহি নমিনেচন জমা দিব নোৱাৰিলে এভিবিপি (ABVP)ৰ প্ৰাৰ্থী সকলে। তাকে লৈ উত্তেজনাই বিৰাজ কৰে মহাবিদ্যালয় খনত। কলেজ

পুৰণি গাড়ী কিনোতে সাৱধান! আপোনাৰ লগতো হব পাৰে এনেকুৱা

পুৰণি গাড়ী কিনোতে সাৱধান! আপোনাৰ লগতো হব পাৰে এনেকুৱা

নগাঁৱৰ RD Motorsৰ প্ৰৱঞ্চনা; পুৰণি গাড়ী বিক্ৰীৰ নামত অনা অসমীয়া ব্যৱসায়ীৰ ৰামঠগন মিটাৰ টেম্পাৰিং কৰি পুৰণি গাড়ী বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে নগাঁৱৰ বিশাল আগৰৱালাৰ মালিকানাধীন RD Motorsৰ বিৰুদ্ধে। জানিবপৰামতে, নগাঁৱৰ বাইপাছত থকা মাৰুতি ট্ৰু ভেল্যুৰ পৰা মজিবুৰ ৰহমান নামৰ ধুবুৰীৰ এগৰাকী ব্যক্তিয়ে এখন পুৰণি মাৰুতি ব্ৰীজা গাড়ী ক্ৰয় কৰিছিল।

জম্মু-কাশ্মীৰ আৰু লাডাখ সম্পৰ্কীয় বিষয়বোৰ “সম্পূৰ্ণ আভ্যন্তৰীণ” -পাকিস্তানৰ বিৰুদ্ধে সক্ৰিয় মন্তব্য ভাৰতৰ

জম্মু-কাশ্মীৰ আৰু লাডাখ সম্পৰ্কীয় বিষয়বোৰ “সম্পূৰ্ণ আভ্যন্তৰীণ” -পাকিস্তানৰ বিৰুদ্ধে সক্ৰিয় মন্তব্য ভাৰতৰ

জম্মু-কাশ্মীৰ আৰু লাডাখ সম্পৰ্কীয় বিষয়ত মন্তব্য প্ৰকাশ কৰিছে ভাৰতে। এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ভাৰতে কয় যে, জম্মু-কাশ্মীৰ আৰু লাডাখ সম্পৰ্কীয় বিষয়বোৰ “সম্পূৰ্ণ আভ্যন্তৰীণ” আৰু পাকিস্তানে ভাৰতৰ ঘৰুৱা বিষয়ত মন্তব্য দিব নোৱাৰে। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৮ তম অধিৱেশনত পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনৱাৰুল হক কাকাৰে কাশ্মীৰ বোগী সন্দৰ্ভত উত্থাপন

‘অৰুণাচল প্ৰদেশ আমাৰ অংশ আছিল, আছে আৰু থাকিব!’-চীনক প্ৰত্যুত্তৰ ভাৰতৰ

‘অৰুণাচল প্ৰদেশ আমাৰ অংশ আছিল, আছে আৰু থাকিব!’-চীনক প্ৰত্যুত্তৰ ভাৰতৰ

এছিয়ান গেমছত তিনি ভাৰতীয় ক্ৰীড়াবিদক ভিছা নিদিলে বেইজিঙে। এই তিনিওজন খেলুৱৈ অৰুণাচল প্ৰদেশৰ। বিষয়টো পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে জনাইছে, চীন কৰ্তৃপক্ষই পূৰ্বপৰিকল্পিতভাৱে অৰুণাচল প্ৰদেশৰ কিছুমান ভাৰতীয় খেলুৱৈক এছিয়ান গেমছলৈ যোৱাত বাধা দিছে। বৈষম্য কৰা হৈছে। তেওঁ কয়, ‘‘অৰুণাচল প্ৰদেশ ভাৰতৰ