सितंबर का महीना बॉक्स ऑफिस के लिए धमाकेदार रहने वाला है। महीने की शुरुआत में 7 सितंबर और शाहरुख खान की ‘जवान’ रिलीज होगी, वहीं अंत में 28 सितंबर को प्रभास की ‘सालार’ आ रही है। KGF फेम डायरेक्टर प्रशांत नील की इस फिल्म का ‘केजीएफ 2’ के बाद से
Author: GTM Desk
বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । শুৱাপাটিতে এহাল দম্পত্তিক নির্মমভাৱে হত্যা কৰে কোনো অচিনাকী দুৰ্বৃত্তই । বিলাসীপাৰা ৰাণীগঞ্জৰ কুর্শাকাটীত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । দুৰ্বৃত্তই প্রাণ কাঢ়ি লোৱা দম্পতি হাল শ্বাহজামাল শ্বেখ(50) আৰু নার্জিমা বেগম (42) ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
গুৱাহাটীৰ বৰাগাঁৱত লোমহৰ্ষক ঘটনা গুৱাহাটী মহানগৰীৰ বৰাগাঁওত দেওবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ অবৈধ প্ৰেমে এটা পৰিয়াললৈ নমাই আনিলে অমানিশা । পৰকীয়া প্ৰেমিকে প্ৰেমিকাক ঘপিয়াই নৃশংসভাৱে হত্যা কৰিও ক্ষান্ত নাথাকি প্ৰেমিকাৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ কৰি নিজেই আত্মহত্যা হত্যা কৰে ৷ আত্মহননৰ পথ বাচি লোৱা অবৈধ প্ৰেমিকজনৰ নাম নিৰঞ্জন গোহাঁই আৰু প্ৰেমিকৰ আক্ৰমণত নিহত
মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা। বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা। ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন UNLF জড়িত থকাৰ সন্দেহ।
বেইজিং অলিম্পিকত ইতিহাস সৃষ্টিৰে জেভলিন নিক্ষেপ কৰি স্বৰ্ণ পদক আজুৰি অনা নীৰজ চোপ্রাই পুনৰ উজ্জ্বলি উঠিল হাংগেৰীৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত। হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত স্বৰ্ণপদক দখলৰ লগতে একাধিক পদক লাভ কৰি জেভলিন থ্ৰ’ৱাৰ নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হোৱাৰ খিতাপ অৰ্জন কৰি পুনৰ ভাৰতবাসীক গৌৰবান্বিত কৰে ৷ চেম্পিয়নশ্বিপত ৮৮.১৭ মিটাৰ