পাশাগাঁৱৰ অনিতা মুণ্ডা নামৰ ছাত্ৰীগৰাকী বৃহস্পতিবাৰৰ পৰা সন্ধানহীন! লেখাপানী আৰক্ষী থানাত এজাহাৰ – দাখিল পৰিয়ালৰ! ঘৰৰ পৰাই সন্ধানহীন হৈছে ছাত্ৰীগৰাকী! টিৰাপ উচ্চত মাধ্যমিকৰ দশম শ্ৰেণীৰ ছাত্ৰী অনিতা মুণ্ডা! সন্ধান পালে 6003605585ত যোগাযোগৰ আহ্বান!
Author: GTM Desk
নাজিৰাৰ শিমলুগুৰিত আগশাৰীৰ নৃত্য প্ৰশিক্ষণ প্ৰতিষ্ঠান সৰস্বতী নয়ন মিলন ডান্স একাডেমীৰ উদ্যোগত আজি নাজিৰাৰ শিমলুগুৰি নাট্য মন্দিৰত Grand Star North East 2023 season 2ৰ নৃত্য আৰু বিউটি কনটেষ্ট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক অসীম গগৈয়ে ।
নিউজ ব্যুৰ’,নগাঁও,২৬আগষ্ট:–আজি ২৬ আগষ্ট । ৰাষ্ট্ৰীয় কুকুৰ দিৱস। কুকুৰে মানৱ সমাজত বিভিন্ন ভূমিকা পূৰণ কৰে আৰু প্ৰায়ে কৰ্মৰত কুকুৰক প্ৰশিক্ষণ দিয়া হয়। পৰম্পৰাগত চাকৰি নথকা কুকুৰৰ বাবে,বিভিন্ন ধৰণৰ কুকুৰ ক্ৰীড়াই তেওঁলোকৰ প্ৰাকৃতিক দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে । অনুমান কৰা হয় ১২,০০০বছৰৰো অধিক সময় ধৰি কুকুৰে মানুহৰ সৈতে চিকাৰৰ
নিউজ ব্যুৰ’,নগাঁও,২৬ আগষ্ট:–অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা মৰিগাঁও জিলা সাহিত্য সভাই শেহতীয়াকৈ সভাপতি মহেন্দ্ৰ শইকীয়া আৰু সম্পাদক ড° অচুৎ দাসৰ নেতৃত্বত জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন উপ সমিতিসমূহৰ তত্বাৱধানত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে । তাৰে অংশ স্বৰূপে শনিবাৰে গৱেষণা উপ সমিতিৰ উদ্যোগত আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়
নিউজ ব্যুৰ’,নগাঁও,২৬ আগষ্ট :– নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ ‘ছাইড বাম’ আৰু বিধ্বস্ত ৰূপৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে । সম্প্ৰতি অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ । অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা