Author: GTM Desk

গহপুৰৰ চাৰেঙীয়াৰ বোৱাৰী নিৰুদ্দেশ ঘটনাৰ নাটকীয় মূৰ…

গহপুৰৰ চাৰেঙীয়াৰ বোৱাৰী নিৰুদ্দেশ ঘটনাৰ নাটকীয় মূৰ…

গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰঙাবাৰী চাৰেঙীয়াৰ ৰশ্মিতা ছেত্ৰী ভূঞা(৩১) নামৰ বোৱাৰী গৰাকীৰ নিৰুদিষ্ট হোৱা ঘটনাটোৱে এতিয়া লৈছে এক নাটকীয় মোৰ। উল্লেখযোগ্য যে, বৰঙাবাৰীৰ চাৰেঙীয়া নিবাসী অভিজিৎ ভূঞা(৩৯) আৰু হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰিৰ ৰশ্মিতা ছেত্ৰীৰ মাজত থকা প্ৰেমৰ ফলশ্ৰুতিত দুয়ো ২০১৫ চনৰ ২১ চেপ্তম্বৰত গোপনে বিবাহ পাশত আবদ্ধ

দুৰ্নীতি নিবাৰক শাখাৰ জালত সাপটগ্ৰামৰ ৰেঞ্জাৰ

দুৰ্নীতি নিবাৰক শাখাৰ জালত সাপটগ্ৰামৰ ৰেঞ্জাৰ

দুৰ্নীতি নিবাৰক শাখাৰ জালত সাপটগ্ৰামৰ ৰেঞ্জাৰ। ডাম্পৰ মালিকৰ পৰা ২৫ হাজাৰ টকা লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ধুবুৰী জিলাৰ সাপটগ্ৰামৰ ৰেঞ্জাৰ বাবলু দে।

ধেমাজিৰ চিলাপথাৰত ৩০ খনতকৈয়ো অধিক গাঁও বানত বিধ্বস্ত

ধেমাজিৰ চিলাপথাৰত ৩০ খনতকৈয়ো অধিক গাঁও বানত বিধ্বস্ত

গাই নৈ আৰু বেওৰা নৈৰ বানৰ কবলত বিধ্বস্ত হৈছে আমগুৰি গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও। গাইনৈয়ে গতি সলাই আমগুৰি পঞ্চায়তৰ মাজেৰে গতি কৰাত গাইনৈৰ বাঢ়নী পানীয়ে পঞ্চায়তটোৰ গড়মৰা, ৰহঢলা, গড়মৰা চাপৰি, গড়মৰা বাগিছা, বৰমুকলি কুলি, বৰমুকলি দেউৰী, ধূনাগুৰি বৰগঞা দেউৰী, আমগুৰি কলিতা, আমগুৰি কৈৱৰ্ত, আমগুৰি পাইত, আমগুৰি আহোম গাওঁ আদিকে কৰি

চন্দ্ৰযান-৩ত কৰ্মৰত তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা

চন্দ্ৰযান-৩ত কৰ্মৰত তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা

চন্দ্ৰযান ৩ৰ সৈতে জড়িত আন এগৰাকী অসমীয়া সু-সন্তান । দেহত ৫ মহীয়া সন্তান লৈ চন্দ্ৰযান ৩ৰ সফলতাৰ বাবে কাম কৰি আছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা । আজি নিধি শৰ্মাক লৈ অসমবাসীয়ে গৌৰৱ কৰিছে । চন্দ্ৰযান-৩ ত কৰ্মৰত অসমৰ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা শৰীৰত পাঁচমহীয়া সন্তানলৈ চন্দ্ৰযান-৩ ৰ সাফল্যৰ বাবে কৰ্মৰত

পেটৰ অতিৰিক্ত চৰ্বিয়ে ক্ষতি সাধন কৰিব পাৰে লিভাৰৰ

পেটৰ অতিৰিক্ত চৰ্বিয়ে ক্ষতি সাধন কৰিব পাৰে লিভাৰৰ

পেটত অতিৰিক্ত মেদ জমা হ’লে লিভাৰৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰত প্ৰভাৱ পেলাব পাৰে৷ যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷ মানুহৰ সাধাৰণ ধাৰণা যে সুৰাপান কৰাৰ ফলতে লিভাৰৰ অসুখ বা ক্ষতি হয়৷