Author: Desk Editor

Jania | এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম জয়ী |

Jania | এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম জয়ী |

জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম জয়ী হৈছে ৷ ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক প্ৰায় ৩৫১৩০ ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলা ভোট গণনা অনুসৰি এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰে 81,764 টা ভোট ৷