GUWAHATI: The Guwahati Traffic police has issued an Traffic Advisory for the people traveling in Guwahati after 8:00 AM on Sunday(October 11). The Guwahati Traffic Police has shared the information through a tweet. The advisory suggests vehicles coming from Jalukbari side to divert at Adabari Tinali via Pandu road and
Author: Desk Editor
GUWAHATI: A medium-intensity Earthquake shook Guwahati and other parts of Assam at around 11:15 PM today(October 10). The earthquake was also felt in different parts of Northeast India including Tura in Meghalaya, Nagaland, Manipur and Arunachal Pradesh. No damages of life or property have been reported. More details awaited.
“বিজেপিয়ে এতিয়া সংখ্যালঘুক মুৰ্গী হিচাপে পালন কৰি আছে৷যেতিয়াই সময় আহিব তেতিয়াই কাটি খাব৷”এই মন্তব্য এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ৷ আজি বৰপেটাৰ খণ্ডকাৰপাৰাত আয়োজন কৰা এ আই ইউ ডি এফৰ কৰ্মীসভাত এই মন্তব্য কৰে বদৰুদ্দিন আজমলে৷আনহাতে, হিমন্ত বিশ্ব শৰ্মাই আজমলক উদ্দেশ্যি কৰি অহা সমালোচনা সম্পৰ্কত আজমলে কয় যে,
গুৱাহাটী মহানগৰীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রই কৰ ফাঁকিৰে বিদেশী চিগাৰেটৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে৷ সীমা শুল্ক বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত আজি অভিযান চলাই হাতীগাঁৱৰ কেৰাকুছিৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়৷ সীমা শুল্ক বিভাগৰ অভিযানকাৰী দলটোৱে কেৰাকুছিৰ এজন লোকৰ ঘৰৰ পৰা ২৭,৯২০ পেকেট বিদেশী
ডুমডুমাৰ ৮নং চুক্রেটিং নিৱাসী কমল লহকৰ আৰু দীপা লহকৰৰ কনিষ্ঠা কন্যা অজন্তা লহকৰৰ যোৱা ৪ অক্টোবৰৰ নিশা প্রায় তিনি বজাত দিল্লীৰ ছফদৰজং এলেকাৰ কৃষ্ণনগৰৰ গলিপথ–৫ৰ ৯৫ চি আপাৰ গ্রাউণ্ড ফ্ল’ৰৰ স্বামীৰ বাসগৃহত ৰহস্যজনকভাৱে মৃত্যু হোৱা খবৰে ইয়াত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰাৰ পৰৱর্তী সময়ত অজন্তাৰ পিতৃয়ে স্বামী পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰা