Author: Desk Editor

Exclusive : যোৰহাটৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ মন্ত্ৰীক আছুৰ স্মাৰকপত্ৰ প্ৰদান৷মেলেং ছিগাত এখন শ্লুইছ গেট নিমানৰ মন্ত্ৰীৰ আশ্বাস ৷

Exclusive : যোৰহাটৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ মন্ত্ৰীক আছুৰ স্মাৰকপত্ৰ প্ৰদান৷মেলেং ছিগাত এখন শ্লুইছ গেট নিমানৰ মন্ত্ৰীৰ আশ্বাস ৷

যোৰহাটৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ মন্ত্ৰীক আছুৰ স্মাৰকপত্ৰ প্ৰদান৷মেলেং ছিগাত এখন শ্লুইছ গেট নিমানৰ মন্ত্ৰীৰ আশ্বাস ৷ যোৰহাট :১০ আগষ্ট:আজি অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক যোৰহাট আৱৰ্ত ভৱনত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰি যোৰহাট বানপানীৰ স্হায়ী সমস্যা আৰু গৰাখহনীয়া সমস্যাৰ স্হায়ী সমাধানৰ