Author: Desk Editor

খটৰাত ৫ দিনিয়া চিয়া গীতৰ কৰ্মশালা সপ্পন্ন

খটৰাত ৫ দিনিয়া চিয়া গীতৰ কৰ্মশালা সপ্পন্ন

অ বিডক্ত দৰংজিলাত ১৯৮৫ চনতেই গঠন কৰা সাংকৃতিক অনুষ্ঠান বিষ্ণুজ্যোতি সাংকৃতিক গোস্ঠীৰ উদ্যোগত ; আৰু দৰঙৰ ঐতিহ্য মন্ডিত খটৰা অত্ৰৰ লগতে মানৱ কল্যান সংস্হাৰ সহযোগত ঐতিহ্য মন্দিত খটৰা সত্ৰত ২৭জুলাইৰ পৰা ৫ দিনীয়াকৈ অনুস্হিত হোৱা চিয়া গীতৰ কৰ্মশালা খনিৰ সামৰণি পৰে আজি । চিয়া গীতৰ কৰ্মশালা খনিত ৬০ গৰাকি শিক্ষাৰ্থীয়ে

নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ তিনিজনক কৰায়ত্ত ।

নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ তিনিজনক কৰায়ত্ত ।

ধৃত লোককেইজন হৈছে পৰীক্ষিত নাথ , ৰমজান আলি আৰু আলি ৰহমান । নগাঁৱৰ মৰিকলঙত আৰক্ষীয়ে চলাইছিল এই অভিযান । দীৰ্ঘদিন ধৰি চলাই আহিছিল নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় । Adil Shah Alam report, nagaon.