Author: Desk Editor

তিনিচুকীয়াতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ।

তিনিচুকীয়াতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ।

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ সংগঠনৰ দ্বাৰা আহ্বায়িত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে সমগ্ৰ অসমতে। অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। তিনিচুকীয়াতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ। নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ । #tinsukia#assam#guwahati