Author: Desk Editor

নগাঁৱৰ বেবেজীয়াত ট্ৰেভেলাৰ- অাই-২০ৰ মুখামুখি সংঘৰ্ষ

নগাঁৱৰ বেবেজীয়াত ট্ৰেভেলাৰ- অাই-২০ৰ মুখামুখি সংঘৰ্ষ

?নগাঁৱৰ বেবেজীয়াত ট্ৰেভেলাৰ- অাই-২০ৰ মুখামুখি সংঘৰ্ষ ?গুৰুতৰভাৱে আহত কেইবাজনো যাত্ৰী নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এছ-০২ ই-৭৩৩৬ নম্বৰৰ ট্ৰেভেলাৰ অাৰু গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এ এছ-০১ বি পি-৭৮৭৭ নম্বৰৰ অাই-২০ গাড়ীৰ মাজত হোৱা