Author: Desk Editor

মাজনিশা জুবিনক দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা,  দিছপুৰ থানত গোচৰ

মাজনিশা জুবিনক দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা, দিছপুৰ থানত গোচৰ

গুৱাহাটী: নিশা জুবিন গাগৰ্গক আক্ৰমণৰ চেষ্টা ৬ দুৰ্বৃত্তৰ। নিশা ষ্টুডিঅ’ৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ গৈ থকা অৱস্থাত জুবিনৰ বাহন গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত আগভেটি ধৰে দুৰ্বৃত্তৰ দলটোৱে। উগ্ৰমূৰ্তি ধাৰণ কৰা দুৰ্বৃত্তৰ দলটোৱে জুবিনক অভব্য গালি-গালাজ কৰি আতিশায্য চলাই। AS01BY-0675 নং গাড়ীত অহা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ চেষ্টা কৰে।

Gang attempts attack on Zubeen Garg

Gang attempts attack on Zubeen Garg

GUWAHATI: A six member gang of miscreants allegedly attacked Assam’s heartthrob and singer Zubeen Garg at Ganeshguri, Guwahati last night at around 12:40 AM. As reported by Prag News: The group of miscreants came in a Ciaz car identified as – AS-01BY-0675, who surrounded Zubeen Garg and hurled abuses as