Author: Desk Editor

IPL ৰ বাবে সম্পূৰ্ণ সাজু অসম ক্ৰিকেট সন্থা: দেৱজিৎ শইকীয়াই

IPL ৰ বাবে সম্পূৰ্ণ সাজু অসম ক্ৰিকেট সন্থা: দেৱজিৎ শইকীয়াই

চলিত বৰ্ষৰ আইপিএলৰ খেলসমূহৰ সম্পূৰ্ণ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে । ইয়াৰে ২ খনকৈ খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰো যো-জা চলিছে ।   অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমক কয় যে- “আগন্তুক এপ্ৰিল মাহত চলিত ছিজনৰ আইপিএলত অসম ক্ৰিকেট সন্থাই ২ খনকৈ ক্ৰিকেট খেল অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে