Author: Desk Admin

জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ নলবাৰী CJM আদালতৰ

জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ নলবাৰী CJM আদালতৰ

আই পি এছ বিষয়া তথা নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে অনতিপলমে গোচৰ ৰুজুৰ নিৰ্দেশ দিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। নিলম্বিত ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ এক আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ সময়ছোৱাত ৭মে’ৰ নিশা ষ্ট্ৰংৰোমত বাকযুদ্ধত লিপ্ত হৈছিল

আজি ধনতেৰচ: কিয় পালন কৰা হ’য় এই ধনতেৰচ জানেনে ?

আজি ধনতেৰচ: কিয় পালন কৰা হ’য় এই ধনতেৰচ জানেনে ?

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচৰ উৎসৱ উদযাপন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল৷ ধনৱন্তৰীক ভগৱান বিষ্ণুৰ

অসমীয়াক ধ্ৰুপদী ভাষা ঘোষণাঃ কৃতিত্ব কাৰ?

অসমীয়াক ধ্ৰুপদী ভাষা ঘোষণাঃ কৃতিত্ব কাৰ?

যিসময়ত অসম আৰু অসমীয়াৰ অস্তিত্বকলৈ বিভিন্ন সংশয়ৰ অৱতাৰণা হৈছে, তেনে সময়তে ৰাজ্যখনলৈ আহিছে এক সুখবৰ। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী অৰ্থাৎ ক্লাচিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। (Assamese gets classical language status) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে X-ত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি লিখিছে-“কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন পোৱাৰ পিছত অসমীয়াই