গুৱাহাটীৰ লাষ্টগে’টৰ ছুৰিকাঘাতৰ ঘটনাৰ ইটোৰ পিছত সিটো নতুন তথ্য পোহৰলৈ আহিছে। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত ঘাতক ভূপেন দাসে চোকা অস্ত্ৰৰে নিজকো শেষ কৰাৰ চেষ্টা চলায়। বৰ্তমান জিএমচিএইচত চিকিৎসাধীন ভূপেন দাস। ইতিমধ্যে মৃত্যু হৈছে মৌচুমী গগৈ নামৰ যুৱতীগৰাকীৰ। খবৰ অনুসৰি, ঘাতক ভূপেনৰ সৈতে দুবছৰ ধৰি
Author: Desk Admin
গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক চিনাক্ত। ৰাজপথতে যুৱতীক ছুৰীৰে আক্ৰমণ চলোৱা যুৱকজনৰ নাম ভূপেন দাস। ভূপেন দাসৰ ঘৰ নলবাৰীত। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছত চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় যুৱকজনে। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছতে চোকা অস্ত্ৰৰে নিজকে
মহানগৰীৰ ৰাজপথত যুৱতীক ছুৰিকাঘাত। দিন দুপৰতে ৰাজপথত ছুৰিৰে আক্ৰমণ এগৰাকী যুৱতীক। মহানগৰীৰ লাষ্টগে’টৰ নাহৰনি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নাহৰনি পথৰ ১৪নং ঘৰৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। ৰেপিড’ৰ বাবে ৰৈ থকাৰ সময়তে যুৱতীগৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই। এখন ছুইফ্ট ডিজায়াৰ বাহনত আহিছিল যুৱতীগৰাকী। ছুৰিৰে আক্ৰমণ কৰিয়ে বাহনখনেৰে পলায়ন কৰে
গুৱাহাটীৰ লাষ্টগে’টত দুৰ্বৃত্তই ছুৰিকাঘাত কৰা যুৱতীগৰাকীৰ মৃত্যু। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে। আজি পুৱাৰ ভাগতে লাষ্টগে’টৰ নাহৰণি পথত দুৰ্বৃত্তৰ ছুৰিৰে আক্ৰমণ কৰিছিল যুৱতীগৰাকীক। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত। মৃত যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ। বয়স ২৮ বছৰ। যুৱতীগৰাকীৰ পিতৃৰ
The annual day celebrations of the Army Institute of Nursing (AIN), Guwahati, held today at Narangi Cantonment. On the same day graduation ceremony for the 2019 batch and induction for 2024 was also organised at the event. The event was graced by Maj Gen RD Sharma, GOC 51 Sub Area