Author: Desk Admin

গুৱাহাটীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। গুৱাহাটী মহানগৰীৰ বেলতলাত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু। মৃত্যু হোৱা যুৱতীগৰাকী সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে। ওদালগুৰিৰ নতুন নলবাৰী গাঁৱত ঘৰ যুৱতীগৰাকীৰ। গুৱাহাটীৰ এটা ব্যক্তিগত প্রতিষ্ঠানত কৰ্মৰত হৈ আছিল সুস্মিতা বসুমতাৰী। বুধবাৰে পুৱা ভাড়াঘৰত চৰম সিদ্ধান্ত লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। বুধবাৰেই মৰণোত্তৰ পৰীক্ষাৰ

ভাড়াঘৰত উদ্ধাৰ মৃতদেশ; কোনে হত্যা কৰিলে সুস্মিতা ক

ভাড়াঘৰত উদ্ধাৰ মৃতদেশ; কোনে হত্যা কৰিলে সুস্মিতা ক

গুৱাহাটীত যুৱতীৰ চাঞ্চল্যকৰ হ*ত্যা*কাণ্ড! ভাড়াঘৰত উদ্ধাৰ প্ৰেমিকা সুস্মিতাৰ মৃতদেহ। নিশা প্ৰেমিকৰ সৈতে আছিল যুৱতীগৰাকী।  হ*ত্যা*ৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ। যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী। ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।