In her role as a Youth Ambassador, Hima would work towards raising awareness about the rights and needs of children, and help amplify the voices of children and young people as active participants in decision making, thus contributing to their holistic development.
Author: Md Elias Ali
ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে পালন কৰা হয় শিশু দিৱস হিচাপে। জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তাৰ স্বীকৃতিস্বৰূপে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। আজি শিশু দিৱস৷ এই উপলক্ষে প্ৰত্যেক বছৰৰ দৰে এইবাৰো সমাজ কল্যাণ সঞ্চালকালয় আৰু ৰাজ্যিক বালভৱনৰ উদ্যোগত জিলা
The Indian Space Research Organisation on Wednesday successfully launched its latest communication satellite GSAT-29, which was put in its orbit by India’s heavy-lift rocket Geosynchronous Satellite Launch Vehicle (GSLV-Mk III). The GSLV Mk III is the designated rocket for India’s first human spaceflight proposed for 2022. Today’s launch was a
গহপুৰ সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭খন গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰ পদৰ বাবে আজি বিজেপিৰ ১৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বহু সংখ্যক সমৰ্থকে শ্লোগান বিজেপিৰ সমৰ্থনত দিয়ে। গহপুৰত সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু পৰ্যবেক্ষক অমিয় কুমাৰ ভূঞা উপস্থিত থাকে।
অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে নগাঁৱতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিশু দিৱস উদযাপন কৰে । নগাঁও আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাই দক্ষিণ হয়বৰগাঁৱৰ কলংপাৰ প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন কৰাৰ বিপৰীতে নগাঁও জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতি আৰু ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়েও বিস্তৃত কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰে । এই উপলক্ষে শিশুৰ মাজত