সোণোৱালী আখৰেৰে লিপিবদ্ধ হোৱা ৩০ জুলাই দিনটোৰ জাতীয় আনন্দৰ নেপথ্যত আছে কেইজনমান হাড়ে হিমুজুৱে অসমীয়া ।উচ্চতম ন্যায়ালয়ত “ৰাষ্ট্ৰীয় নাগৰিপঞ্জী”ৰ হকে এ পি ডব্লিউৱে গোচৰ তৰাৰ নেপথ্যত আছে এই দুই অসমপ্ৰেমী প্ৰদীপ ভূঞা আৰু বন্তি ভূঞা।এ পি ডব্লিউৰ অধ্যক্ষ অভিজিত শৰ্মাই জনোৱা মতে ,এন আৰ চিৰ সংক্ৰান্ত এই দুই মহান অসম
Author:
বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত পল্টন বজাৰ ৰেল ষ্টেচনত ২ লাখ ৪০ হাজাৰ মূল্যৰ ৪০ কেজি গাঞ্জা উদ্ধাৰ নামনিমুৱা ৰেল এক্সপ্ৰেছৰ পৰা উদ্ধাৰ। এই গাঞ্জা খিনি ২৪টা পেকেটত ভৰাই লৈ আহিছিল।
ব্ৰেকিং নিউজ গুৱাহাটী টাইমছৰ হাতত এন আৰ চিক লৈ গুৱাহাটী প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিক লৈ বৈঠক খন অনুষ্ঠিত হয়। উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লগতে ডিজিপি, জিলাৰ উপায়ুক্ত,আৰক্ষী আৰু এন আৰ চি কৰ্তৃপক্ষ
অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি , জকাই সত্ৰৰ সত্ৰাধিকাৰ , সত্ৰীয়া সংস্কৃতিৰ সাধক , প্ৰচাৰ প্ৰসাৰক সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ দেৱ গোস্বামীৰ বিয়োগত শোকত ভাগি পৰে সমগ্ৰ অসমবাসী। গুৱাহাটী টাইমছৰ ফালৰ পৰাও জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।