Author:

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

  গুৱাহাটীস্হিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপ পৰীক্ষা নিয়এক অৰূপজ্যোতি দেৱশৰ্মাক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।বিশ্ববিদ্যালয়ৰ ছাএ-ছাত্ৰী সকলৰ পৰা উৎকোচ লৈ তাৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ অভিযোগত মংগলবাৰে আৰক্ষীয়ে অৰূপজ্যোতি দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰে।

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত মহানগৰীৰ জি এছ ৰোড পৰা আটক আলফাৰ লিংকমেন। আটক হোৱা লিংকমেন জন বকোৰ ৰাজাপাৰৰ দ্বীপেন দাস। ভৰলুমুখ আৰক্ষীয়ে চলোৱা এক অভিযানত জি.এছ ৰোডৰ পৰা আটক হয় ধৃত দ্বীপেন দাস। কুমাৰপাৰাৰ কমল হালাকা নামৰ এজন ব্যৱসায়ীৰ পৰা দাবী কৰা ধন নিবলৈ আহোতে ভৰলুমুখ

বলীউডৰ বিগ ব্ৰেকিং নিউজ

বলীউডৰ বিগ ব্ৰেকিং নিউজ   অভিনেতা ৰণবীৰ আৰু মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ সম্পৰ্কত হেঙাৰ ৰূপে ঠিয় দিছে মহেশ ভাট।

ৰাজপথতে জ্বলি উঠিল এখন চিমেন্ট মিক্সাৰ ট্ৰাক |

 মহাৰাষ্ট্ৰৰ খাৰেগাওঁৰ ৰাজপথত দাও দাওকৈ জ্বলি উঠিল এখন চিমেন্ট মিক্সাৰ ট্ৰাক। ঘটনাস্থলীত ততাতৈয়াকৈ দুখনকৈ অগ্নি-নিৰ্বাপকবাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে। কোনোলোক হতাহতৰ তথ্য পোহৰলৈ অহা নাই।

বিগ ব্ৰেকিং নিউজ | ৰাজনৈতিক মতাদৰ্শৰ বাবে অাজি সংসদত এক নতুন ৰূপত দেখা গল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক্।

বিগ ব্ৰেকিং নিউজ   ৰাজনৈতিক মতাদৰ্শৰ বাবে অাজি সংসদত এক নতুন ৰূপত দেখা গল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক্।   দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে সম্ভাষণ কংগ্ৰেছ যুবৰাজৰ