Author:

ডিমা হাচাওৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’ল।

ডিমা হাচাওৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’ল।

বিগ ব্ৰেকিং নিউজ ডিমা হাচাওৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’ল। বদৰপুৰ অভিমুখী মালবাহী ৰেলখনৰ ১৪টা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাটোৰ ফলত ৰে’ল চলাচল ব্যাহত হৈ পৰিছে।

দেশৰ শততম পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ।

দেশৰ শততম পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ আজি ছিকিমত দেশৰ শততম পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই । ছিকিমৰ ৰাজধানী গেংটকৰ পৰা প্ৰায় ৩৩ কিঃমিঃ নিলগত অৱস্থিত পাকয়ংগ গ্ৰীনফিল্ড বিমানবন্দৰটো। উল্লেখ্য যে, অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই পাকয়ং গ্ৰীণফিল্ড বিমান বন্দৰৰ পৰা নিয়মীয়াকৈ চলিব উৰাজাহাজ। NATIONAL DESK, GUWAHATI TIMES

হঠাৎ তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত অগ্নিকাণ্ড।

হঠাৎ তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত অগ্নিকাণ্ড।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ হঠাৎ তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত অগ্নিকাণ্ড। তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত ৰখাই থোৱা পুৰণি ট্ৰেভেলাৰ বাহনত অগ্নিকাণ্ড। ট্ৰেভেলাৰ বাহনখনৰ নম্বৰ AS12 E 6992 দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বাহনখনত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হয় সেয়াএতিয়াও ৰহস্যৰ আৱৰ্তত। খবৰ পোৱা মাত্ৰে অগ্নিনিৰ্বাপক বাহিনীয়ে লগে লগে ঘটনাস্থলীত

কৃষ্ণচূড়া নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পুৱাৰে পৰা উখল মাখল

কৃষ্ণচূড়া নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পুৱাৰে পৰা উখল মাখল

Guwahati Times গুৱাহাটী টাইমচ কৃষ্ণচূড়া নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পুৱাৰে পৰা উখল মাখল। মুঠ ১৫ টা পদৰ ১১টা পদৰ বাবে অনুষ্ঠিত  ভোট যুদ্ধত প্ৰতিদ্বন্দিতা কৰে ২৯গৰাকী প্ৰাৰ্থীয়ে। কাইলৈ ঘোষণা কৰা হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সঞ্চয় হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

মহানগৰীৰ যোৰাবাটৰ ১০ মাইলত হঠাৎ দাও-দাওকৈ জ্বলি উঠিল চাহপাত ভৰ্ত্তি ট্ৰাক এখন।

মহানগৰীৰ যোৰাবাটৰ ১০ মাইলত হঠাৎ দাও-দাওকৈ জ্বলি উঠিল চাহপাত ভৰ্ত্তি ট্ৰাক এখন।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ মহানগৰীৰ যোৰাবাটৰ ১০ মাইলত হঠাৎ দাও-দাওকৈ জ্বলি উঠিল চাহপাত ভৰ্ত্তি ট্ৰাক এখন। আমিনগাৱঁৰ পৰা নগাঁও অভিমুখে গৈ আছিল চাহপাত ভৰ্ত্তি ট্ৰাকখন । লগে লগে ট্ৰাকখনৰ কেবিন জুইত জ্বলি যায়। খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত যোৰাবাট আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় যদিও যথেষ্ট পৰিমাণে