কাইলৈৰ পৰা গুৱাহাটীত পে’ ইণ্ডিয়াৰ বাইক চালক সকলক ইউনিফৰ্ম পৰিধান কৰিবলৈ নিৰ্দেশ

কাইলৈৰ পৰা গুৱাহাটীত পে’ ইণ্ডিয়াৰ বাইক চালক সকলক ইউনিফৰ্ম পৰিধান কৰিবলৈ নিৰ্দেশ

এপ আধাৰিত বাইক ৰাইডাৰসকলে কাইলৈৰ পৰা গুৱাহাটীত ইউনিফৰ্ম পৰিধান কৰি বাইক চলাব লাগিব।১ জুনত গুৱাহাটীত কেব সেৱা প্ৰদানকাৰী আৰু কেব এছ’চিয়েশ্যনৰ মাজত কামৰূপ মহানগৰৰ উপায়ুক্তৰ সৈতে হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ডিটিঅ’ হিমাংশু দাসে কয় যে, পে’ ইণ্ডিয়াৰ বাইক চালক সকলক ১৫ জুনৰ পৰা ইউনিফৰ্ম পৰিধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ৰেপিড’ৱে এই নিয়ম ২০ জুনৰ পৰা পালন কৰিব।তদুপৰি ২৫ জুনত অ’লা বাইক আৰু উবেৰ দুয়োটা কোম্পানীয়ে ইউনিফৰ্ম পিন্ধি কাম কৰা আৰম্ভ কৰিব।

Shahnawaz Hamza