28.3 C
Assam
Friday, May 20, 2022

Featured News

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

6 Naga Rebels Surrender

In a major achievement in the insurgency...

Nilamani Sen Deka Expelled From Assam Congress

Opposition Congress in Assam on Wednesday expelled...

বিশ্বনাথ আইন সেৱা প্রাধিকৰণত ৩০ পদ খালী

Jobs - Assam Job Infoবিশ্বনাথ আইন সেৱা প্রাধিকৰণত ৩০ পদ খালী

বিশ্বনাথ জিলা আইন সেৱা প্রাধিকৰণ District Legal Services Authority, Biswanath)ত খালী হৈছেPara Legal Volunteers PLVs)ৰ ৩০ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি District & Sessions Judge, Sonitpur-cum-Chairman, District Legal Services Authority, Biswanathৰ তৰফৰ পৰা এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রার্থী ভাৰতীয় নাগৰিক হোৱাৰ লগতে বিশ্বনাথ জিলাৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷ সমাজৰ অভাৱগ্রস্ত আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ হকে কাম কৰাৰ মানসিকতা থকা হ’ব লাগিব৷

আবেদনকাৰীয়ে নিজৰ গাঁও পঞ্চায়তৰ নাম আবেদনত স্পষ্টভাৱে উল্লেখ কৰিব লাগিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনThe Chairman, District Legal Services Authority, Biswanath, SDJMM Court Campus, Biswanath, Biswanath Chariali, Dist.- Biswanath, PIN.–784176 Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদনৰ অন্তিম তাৰিখ ১৮ ছেপ্ঢেম্বৰ, ২০২১৷

অধিক তথ্যৰ বাবে ৱেবছাইট www.sonitpurjudiciary.gov.in ভিজিট কৰিব পাৰে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: