fbpx

BREAKING: মহাৰাষ্ট্ৰত আৱদ্ধ বৰাকৰ শ্ৰমিকক বিমানযোগে শিলচৰ প্ৰেৰন কৰিব ছনু চুদে

গুৱাহাটী: মহাৰাষ্ট্ৰত আৱদ্ধ হৈ পৰা বৰাকৰ শ্ৰমিক সকলক বিমানযোগে আজি শিলচৰ প্ৰেৰন কৰিব অভিনেতা ছনুয়ে ৷

এয়াৰ এছিয়া বিমানেৰে মুম্বাই ছত্ৰপতি শিবাজী বিমানবন্দৰৰ পৰা ১৭০ জন বৰাকৰ শ্ৰমিকক শিলচৰ প্ৰেৰন কৰিব ছনুৱে ৷ কুম্ভিৰগ্ৰাম বিমানবন্দৰত দিনৰ ১২- ১০ বজাত অৱতৰন কৰিব বিমানখন ৷

এই বিমানত 24 জন হোজাই আৰু ১০ জন গৌহাটীৰ শ্ৰমিক আছে৷প্ৰশাষনে গৌহাটীৰ বিমানেৰে শিলচৰৰ পৰা গৌহাটী প্ৰেৰন কৰিব ৷

error: Content is protected !!
%d bloggers like this: