বি টি চি’ত নিৰ্বাচন ৰ দিন ঘোষণা
বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন । ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণৰ আৰু ফলাফল ঘোষণা কৰা হ’ব ৮ এপ্ৰিলত ।
গুৱাহাটী টাইমচ