fbpx
February 17, 2021

মাজনিশা কটনৰ ছাত্ৰৰ গুণ্ডাগিৰিঃ দোকানত পানী বিচাৰি নাপায় ভাঙিলে দোকান

  • সৰস্বতী পূজাৰ নিশা কটন বিশ্ব বিদ্যালয়ৰ সন্মুখত বিক্ষিপ্ত ঘটনা
  • নিশা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ব্যৱসায়ীৰ মাজত সংঘাত
  • সুৰাপান কৰিবলৈ নিশা পানী বিছাৰি গৈ ছাত্ৰ-ব্যৱসায়ীৰ বাক বিতন্দ্ৰা
  • কটনৰ ছাত্ৰই ব্যৱসায়িক প্ৰহাৰ কৰাৰ অভিযোগ
  • কটনৰ সম্মুখত Delhi 6 BBq নামৰ এখন ফাষ্ট ফুদ ৰেষ্টুৰেণ্টত এই ঘটনা
  • ৰেষ্টুৰেণ্টৰ মালিক, কৰ্মীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কটনৰ ছাত্ৰৰ
  • প্ৰায় ৫০ জনীয়া ছাত্ৰৰ এটা দলে হাতে হাতে ৰদ, বাঁহ লৈ আক্ৰমণ কৰে ৰেষ্টুৰেণ্টৰ মালিক কৰ্মচাৰীক
  • ৰেষ্টুৰেণ্টখনৰ মালিক সমীৰ আহমেদক চিকিৎসাধীন
  • ৰেষ্টুৰেণ্টৰ কৰ্মীয়ে হিন্দী ভাষাত কথা কোৱাক লৈ সৃষ্টি হয় সংঘাত
  • সীতাৰাম ব্ৰক্ষ্ম চৌধুৰী ছাত্ৰবাসৰ একাংশ ছাত্ৰৰ এই গুন্দাগিৰি বুলি জানিব পৰা গৈছে
  • ইতিমধ্যে পানবজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে এজন ছাত্ৰক.
    Source – Niyomiabarta
error: Content is protected !!