মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক ভয়াৱহ পথ দুৰ্ঘটনা ।এখন তীব্ৰবেগী মহিন্দ্ৰা স্কৰপিঅ’ৰ প্ৰচণ্ড খুন্দা ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিক আপ ভানত। দুৰ্ঘটনাত থিতাতে নিহত ৭জন যুৱক।সাতমাইলৰ দিশৰ পৰা আহি থকা
Category: Assamese News
📌জালুকবাৰীত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে ৭জন কৈ যুৱকে।📌দুৰ্ঘটনাটিত নিহত দুৰ্ভগীয়া ছাত্ৰসকল হ’ল – গুৱাহাটীৰ সাতগাঁওৰ অৰিন্দম ভাল্লাল, মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, নুমলিগড়ৰ নিয়ৰ ডেকা, মঙলদৈৰ কৌশিক বৰুৱা, ডিব্ৰুগড়ৰ ইমন
◼️ৰাইজৰ দলৰ মুখপাত্ৰ পদৰ পৰা পদত্যাগ জ্ঞানশ্ৰী বৰাৰ◼️জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী পদৰ পৰাও পদত্যাগ জ্ঞানশ্ৰীৰ◼️আজি অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকত পদত্যাগ কৰে ৰাইজৰ দলৰ সক্ৰিয় নেত্ৰীগৰাকীয়ে◼️শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি
🔴 মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা🔴 বহু ফুট তলত বাগৰি পৰিল চাৰিচকীয়া বাহন🔴 বাহনখনৰ ভিতৰত এজন আৰোহী থকাৰ সন্দেহ🔴 দুৰ্ঘটনাৰ পাছতে খানাপাৰাত তীব্ৰ যান-জঁট🔴 ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল
নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।