নিজৰ পিতৃ–মাতৃ প্ৰতিগৰাকী সন্তানৰ বাবে সকলোতকৈ মৰমৰ, সকলোতকৈ আদৰৰ। মাক–দেউতাকৰ সৈতে সন্তানৰ সম্পৰ্ক তুলনাবিহীন। পিতৃ-মাতৃৰ অবিহনে কোনো ব্যক্তিয়ে নিজৰ জীৱন কল্পনাও কৰিব নোৱাৰে। কিন্তু নিয়তিৰ নিয়ম কোনেও সলাব নোৱাৰে। মৃত্যু
Category: Assamese News
নতুন সংসদ ভৱনটো ২৮ মে’ দেওবাৰে উদ্বোধন কৰাৰ কথা আছে। কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উদ্বোধনী অনুষ্ঠানৰ বিৰোধিতা কৰিছে। আনহাতে NDAৰ অংশীদাৰসকলে ইয়াক সমৰ্থন কৰিছে। একে সময়তে, পাঁচটা অ-ৰাষ্ট্ৰীয় গণতান্ত্ৰিক
আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব প্ৰশাসনৰ উচ্ছেদ। দুদিনীয়াকৈ চলিব এই উচ্ছেদ অভিযান।
ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ৰ শ্ৰেণী কোঠা মুকলিৰ এদিন পৰ্বেই খহি পৰিল । প্ৰায় ১৮ লাখ টকা ব্যয় কৰি বিদ্যালয়খনৰ শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছিল । কিন্তু শনিবাৰে হঠাৎ অহা সাধাৰণ
নিউজ ব্যুৰ’,নগাঁও,২৭মে’:–নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ চাংচকীৰ ভগৱান গোহাঁই(৫০) ব্যক্তিজন যোৱা ২৩মে’ৰ পৰা সন্ধানহীন হৈ থকা বাতৰিয়ে সকলোকে চিন্তিত কৰি তুলিছে । প্ৰাপ্ত বাতৰি মতে সেইদিনা দিনৰ