ৰাইজৰ দলৰ মুখপাত্ৰ পদৰ পৰা পদত্যাগ জ্ঞানশ্ৰী বৰাৰ

0 min read

◼️ৰাইজৰ দলৰ মুখপাত্ৰ পদৰ পৰা পদত্যাগ জ্ঞানশ্ৰী বৰাৰ
◼️জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী পদৰ পৰাও পদত্যাগ জ্ঞানশ্ৰীৰ
◼️আজি অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকত পদত্যাগ কৰে ৰাইজৰ দলৰ সক্ৰিয় নেত্ৰীগৰাকীয়ে
◼️শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে জ্ঞানশ্ৰী বৰাই

You May Also Like

More From Author