📌জালুকবাৰীত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে ৭জন কৈ যুৱকে।
📌দুৰ্ঘটনাটিত নিহত দুৰ্ভগীয়া ছাত্ৰসকল হ’ল – গুৱাহাটীৰ সাতগাঁওৰ অৰিন্দম ভাল্লাল, মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, নুমলিগড়ৰ নিয়ৰ ডেকা, মঙলদৈৰ কৌশিক বৰুৱা, ডিব্ৰুগড়ৰ ইমন গায়ন, চৰাইদেউৰ মাহমৰাৰ কৌশিক মোহন আৰু নগাওঁৰ উপাংশু শৰ্মা ।
2023-05-29