নিউজ ব্যুৰ’,নগাঁও,২৮জুন:–ইলোৰা বিজ্ঞান মঞ্চৰ ২০সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে । ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল প্রতিভা তথা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকাশৰ লক্ষ্যৰে চলিত মাহৰ পৰাই ৰাজ্যৰ প্ৰতিখন জিলাত পর্যায়ক্রমে এই প্রদর্শনী অনুষ্ঠিত কৰা হৈছে। প্রদর্শনীৰ যাৱতীয় কাম-কাজ আগুৱাই নিবলৈ ইতিমধ্যে ড° জয়ন্তী চুতীয়াক সভাপতি,ড° কালী প্রসাদ
Category: Assamese News
দৈনিক 2 মিনিট ধ্যান কৰাৰ অপাৰ শক্তি ; বিজ্ঞানে কি কয় ? নিজৰ শাৰীৰিক আৰু মানসিক সতেজতা সদায় অটুট ৰাখিবলৈ প্ৰত্যেক দিন সকলো মানুহে দুই মিনিট হলেও ধ্যান কৰা উচিত। ধ্যান অৰ্থাৎ meditation ৰ মাজত কি অপাৰ শক্তি লুকাই আছে তাক কৈ শেষ কৰিব নোৱাৰি ; বিজ্ঞানৰ পৰা আদি কৰি
Nail biting অৰ অভ্যাস বহু শিশুৰে থাকে আনকি বহু প্ৰাপ্ত বয়স্ক পুৰুষ মহিলাকো কিছু বিশেষ বিশেষ মুহূৰ্তত সৰু লৰা ছোৱালীৰ দৰে নখ কামুৰি থকা প্ৰত্যক্ষ কৰা যায়। সৰু ডাঙৰ যাৰে নাথাকক কিয় এয়া কিন্তু এটি অত্যন্ত বেয়া অভ্যাস। কিয়নো নখৰ ভিতৰত থাকে ময়লা আৰু সেই ময়লাত মিহলি হৈ থাকে বহু
নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক উদ্ধাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। নুনমাটি আৰক্ষীয়ে পশ্চিমবঙ্গৰ নিউ জপাইগুড়ি ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰি বুধবাৰে পুৱতি নিশা ছাত্ৰী তিনিগৰাকীক নুনমাটি আৰক্ষী থানালৈ লৈ অহা হৈছে। উল্লেখ্য যে সোমবাৰে ঘৰৰ পৰা স্কুললৈ যোৱাৰ পথত সন্ধানহীন হৈছিল অষ্টম শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰী। ছাত্ৰী তিনিগৰাকী ক্ৰমে নুনমাটি নেপালী
প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ২০২৩ৰ ২৩আগষ্ট দিনটো আছিল বিশেষ। সেই দিনটোতে চন্দ্ৰযান-৩এ চন্দ্ৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিছিল। চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল ভাৰতে। চন্দ্ৰযান ৩ৰ সফল অভিযানৰ পিছত এই ইছৰো সাজু হৈছে চন্দ্ৰযান-৪ৰ বাবে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই