তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি মুৰ্মূৱে পাঠ কৰাব শপত বাক্য। মোদীৰ শপত গ্ৰহণ তথা মোদীৰ সৈতে কোনে শপত গ্ৰহণ কৰিব তাক লৈ এতিয়া ব্যাপক জল্পনা-কল্পনা চলিছে।বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতে মোদী মন্ত্ৰীসভাকলৈ স্বাভাৱিকতে বিভিন্ন চৰ্চা
Category: Assamese News
১ জুনত নিশা ০৩:৫১ বজাত মেষ ৰাশিত মংগল গ্ৰহৰ প্ৰৱেশ হৈছিল। ১২ জুলাইলৈকে মংগল ৰাশিৰ এই পৰিৱৰ্তনৰ বাবে ৬ ৰাশিৰ লোকৰ জীৱনত বহু ধৰণৰ সফলতা আহিব। ১ জুনৰ পৰা ১২ জুলাইৰ মাজৰ সময়ছোৱা এই ৬ ৰাশিৰ জাতক-জাতিকাৰ বাবে অসুবিধাজনক হ’ব পাৰে। শ্ৰী কল্লাজী বৈদিক বিশ্ববিদ্যালয়ৰ জ্যোতিষ বিভাগৰ মুৰব্বী ডঃ মৃত্যুঞ্জয়
জ্যোতিষ এনেকুৱা এটা বিজ্ঞান, যিয়ে মহাকাশৰ সূৰ্য, চন্দ্ৰ, মংগল, বুধ আদি গ্ৰহৰ ভিত্তিত ভৱিষ্যতৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। ভৱিষ্যতৰ গোপনীয়তা জানিবলৈ আৰু বুজিবলৈ জ্যোতিষশাস্ত্ৰৰ ব্যৱহাৰ কৰা হয়। জ্যোতিষশাস্ত্ৰৰ যোগেদি বেদত দিয়া স্পষ্ট হিচাপৰ ভিত্তিত ভৱিষ্যতৰ ঘটনাৰ আগজাননী দিয়া হয়। জ্যোতিষশাস্ত্ৰত ১২টা ৰাশিৰ আধাৰত ভৱিষ্যতৰ ঘটনা আৰু ৰাশিৰ ওপৰত গ্ৰহৰ গতিবিধিৰ
পলাশবাৰী, ৮ জুন: মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ আন্ধেৰীজুলি প্ৰাথমিক বিদ্যালয় প্ৰাসঙ্গনত এদিনীয়া কাৰ্যসূচীৰে অহা ৯ জুন তাৰিখে অনুষ্ঠিত হৱ বায়খো উৎসৱ । ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা , ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত হৱ এই উৎসৱটি । । প্রকৃতিৰ অপূর্ব সৃষ্টিত বছৰৰ আৰম্ভণিতে প্রকৃতিয়ে ন- ৰূপ পায়
গাখীৰৰ দৰে সুষম পানীয় খুব কমেই আছে। কেলচিয়ামৰ উপৰি গাখীৰত আছে ফচফৰাছ, আইৰন, জিংক, কপাৰ, মেংগানিজৰ দৰে উপকাৰী উপাদান। গাখীৰে শৰীৰ সুস্থ ৰখাৰ লগতে শৰীৰৰ ভিতৰৰ পৰা শক্তি যোগায় আৰু ক্লান্তি দূৰ কৰে। দাঁত আৰু হাড় ভালে ৰখাত সহায় কৰে গাখীৰে। গাখীৰত আছে প্ৰচূৰ পৰিমাণে পটাচিয়াম, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত