Category: Assamese News

বল-বম যাত্ৰাৰ লগত জড়িত প্ৰচলিত বিশ্বাস

বল-বম যাত্ৰাৰ লগত জড়িত প্ৰচলিত বিশ্বাস

এতিয়া শাওণ মাহ।শাওণ মাহটো হিন্দু ধৰ্মীৰ আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰা হয়।শাওণৰ প্ৰতিটো সোমবাৰে শিৱ পূজাৰ বাবে পবিত্ৰ দিন বুলি গণ্য কৰি-ভগৱান শিৱৰ ভক্তসকলে ব্ৰত পালন কৰে। ( Religious Studies ) *শাওণ মাহতে আৰু এভাগি বস্তু দেখিবলৈ পোৱা যায়।শিৱ ভক্তসকলে পবিত্ৰ বুলি গণ্য কৰা-নৈৰ পানী কঢ়িয়াই আনি স্থানীয়-শিৱ

বেদৰ এই শক্তিশালী মন্ত্ৰই আপোনাৰ দৈনন্দিন জীৱনত মেজিকৰ দৰে কাম কৰিব

বেদৰ এই শক্তিশালী মন্ত্ৰই আপোনাৰ দৈনন্দিন জীৱনত মেজিকৰ দৰে কাম কৰিব

বিশ্বৰ আদি গ্ৰন্থ চাৰি বেদৰ শেষৰ খন গ্ৰন্থ অথৰ্ৱবেদ। ঋগ্বেদ, যজুৰ্বেদ আৰু সামবেদৰ দৰে অথৰ্ৱবেদত দেৱতাক মহিমামণ্ডিত কৰা নাই , এই বেদত  আয়ুৰ্বেদ, ঔষধ প্ৰয়োগ, ৰোগৰ নিৰাময়ৰ উপায়, বীজাণু বিষয় আৰু চিকিৎসা পদ্ধতিৰ বিষয়ত জ্ঞান দিয়া আছে । ( Religious Studies ) অথৰ্ববেদত ৰোগৰ নিৰাময়ৰ মন্ত্ৰ সমূহৰ উপৰিও সুন্দৰ জীৱনৰ বাবে দৈনন্দিন

ফিটনেছক লৈ অতি সচেতন দীপিকা; ৰুটিনত সদায় থাকে কিক বক্সিঙৰ লগতে যোগাসন

ফিটনেছক লৈ অতি সচেতন দীপিকা; ৰুটিনত সদায় থাকে কিক বক্সিঙৰ লগতে যোগাসন

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকোনৰ শৰীৰচর্চাৰ ৰুটিন জানেনে? শুনিলে উৎসাহ পাব আপুনিও। নিজৰ ফিটনেছক লৈ অত্যন্ত সচেতন দীপিকা। কিক বক্সিং, যোগাসন, ৰোপ ট্রেইনিং — সকলো থাকে অভিনেত্রীগৰাকীৰ ফিটনেছ ৰুটিনত। সদায় শৰীৰচর্চা কৰাৰ আগেয়ে স্ট্রেচিং কৰিবলৈ নাপাহৰে। শৰীৰচর্চাৰ সমান্তৰালকৈ চলে কঢ়া ডায়েট। তাৰ মাজতে কেতিয়াবা নিজৰ প্রিয় চকলেট কেক আৰু আইচক্রীমো

নীলা চাহ খাই পাইছেনে? স্বাদত অনন্য আৰু স্বাস্থ্যৰ বাবেও উপকাৰী…

নীলা চাহ খাই পাইছেনে? স্বাদত অনন্য আৰু স্বাস্থ্যৰ বাবেও উপকাৰী…

চাহ ভাল নোপোৱা মানুহ বা চাহ খোৱাৰ অভ্যাস নথকা মানুহ খুব কমেই আছে আমাৰ মাজত। গাখীৰ চাহ খাই ভাল লাগিলেও বাৰে বাৰে খাই থকাতো ভাল নহয়। মানুহে চাহো আজিকালি স্বাস্থ্যৰ উপকাৰিতা চাইহে খোৱা হৈছে। ৰঙা চাহ, গ্ৰীণ টিৰ অভ্যাস বহুতে গঢ়ি তুলিছে। ইয়াৰ মাজতে আৰু এবিধ চাহ জনপ্ৰিয় হ’বলৈ লৈছে।

৪৮ ঘণ্টাৰ ব্যৱধানত যৌন সম্পৰ্ক কৰিলে ই হৈ উঠে আটাইতকৈ আনন্দদায়ক: দাবী বিশেষজ্ঞৰ

৪৮ ঘণ্টাৰ ব্যৱধানত যৌন সম্পৰ্ক কৰিলে ই হৈ উঠে আটাইতকৈ আনন্দদায়ক: দাবী বিশেষজ্ঞৰ

যৌন জীৱনত সৰ্বাধিক সন্তুষ্টি লাভ কৰিবলৈ প্ৰতি দুদিনৰ মূৰে মূৰে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ গৱেষকসকলে পৰামৰ্শ দিয়ে। বিশেষজ্ঞসকলৰ মতে, যৌন সম্পৰ্কৰ সন্তুষ্টি আৰু উত্তেজনা কমেও ৪৮ ঘণ্টালৈকে থাকে। আকৌ শাৰীৰিক সংগমে বিবাহত অতিৰিক্ত মধুৰতা অনাই নহয়, বৰং প্ৰথম সম্পৰ্কত দেহ আৰু মনৰ মাজত মিলন ঘটে। শেহতীয়াকৈ ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ শৰীৰবিজ্ঞান