Category: Assamese News

অসমৰ উমা চেত্ৰী আৰু জিন্টিমণি কলিতাৰ নাম মহিলা আই পি এলৰ বাবে নিৰ্বাচিত !

অসমৰ উমা চেত্ৰী আৰু জিন্টিমণি কলিতাৰ নাম মহিলা আই পি এলৰ বাবে নিৰ্বাচিত !

মহিলা আই পি এল নিলামৰ বাবে নিৰ্বাচিত অসমৰ দুই কন্যা অসমৰ এই দুই কন্যা নাম হৈছে উমা চেত্ৰী আৰু জিন্টিমণি কলিতা। ১৩ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া নিলামলৈ নিৰ্বাচিত অসমৰ দুই কন্যা। “অসম ক্ৰিকেট এছ’চিয়েশ্যনে ঘোষণা কৰি আনন্দিত হৈছে যে ইয়াৰ দুজন খেলুৱৈ- জিণ্টিমানী কলিতা আৰু উমা চেট্ৰিক মহিলাৰ আই পি

৪ বছৰৰ পিছত সাতগাঁও ডকাইতি কাণ্ডৰ দুই অভিযুক্ত- প্ৰমোতোশ দিহিঙীয়া আৰু বিপুল দাস গ্ৰেপ্তাৰ

৪ বছৰৰ পিছত সাতগাঁও ডকাইতি কাণ্ডৰ দুই অভিযুক্ত- প্ৰমোতোশ দিহিঙীয়া আৰু বিপুল দাস গ্ৰেপ্তাৰ

গুৱাহাটীৰ সাতগাঁৱৰ সোণৰ গহনাৰ দোকানৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। গুৱাহাটীৰ বামুণী মৈদামৰ বি জি য়াৰ্ডৰ কুশল নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা কুখ্যাত দুই ডকাইত হৈছে- কুশল নগৰৰ প্ৰমোতোশ দিহিঙীয়া ওৰফে পাপু (৪০) আৰু হাতীগাঁও লখিমী নগৰৰ বিপুল দাস(৪৫)। আটকাধীন দুই ডকাইত বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৪১/৩২৫/৩৯৪

আগন্তক মহাশিৱৰাত্ৰি এইকেইটা ৰাশিৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ, জানক আপোনাৰ ৰাশিও আছে নেকি এই বিশেষ ৰাশিৰ তালিকাত

আগন্তক মহাশিৱৰাত্ৰি এইকেইটা ৰাশিৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ, জানক আপোনাৰ ৰাশিও আছে নেকি এই বিশেষ ৰাশিৰ তালিকাত

এইবাৰ মহাশিৱৰাত্ৰিৰ দিনা শনি প্ৰদোষ ব্ৰত পালন কৰা হ’ব। এই উপবাস প্ৰজননৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱ অতি শুভ বুলি গণ্য কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰলৈ ভক্তৰ ভিৰ হয়। সেই দিনটোত মহাদেৱক গোপুৰম আৰু ঘৰত পূজা কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ

বিয়াত বহিব নেকি কৃতি ছানন আৰু প্ৰভাস?

বিয়াত বহিব নেকি কৃতি ছানন আৰু প্ৰভাস?

বলিউডত এতিয়া বিয়াৰ বতৰ। কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিবাহৰ পাছত এইবাৰ গুজৱ উলাইছে যে দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস আৰু বলিউডৰ অভিনেত্ৰী কৃতি ছাননৰ মাজত বিবাহপাশত আৱদ্ধ হ’ব। দুয়োৰে মাজত আঙঠি পিন্ধোৱা পৰ্বও শেষ হৈছে। অতি সোনকালে দুই তাৰকাই এংগেজমেণ্ট কৰিবলৈ ওলাইছে। কিন্তু এই গুজৱ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ‘বাহুবলী’ৰ তাৰকা প্ৰভাসৰ টিমে।  কৃতিয়েও

ঢোলৰ চেৱত নাচি-বাগি শহুৰেকৰ ঘৰত প্ৰৱেশ কৰিলে কিয়াৰাই!

ঢোলৰ চেৱত নাচি-বাগি শহুৰেকৰ ঘৰত প্ৰৱেশ কৰিলে কিয়াৰাই!

মঙলবাৰে জয়ছলমেৰৰ সূৰ্য্যগড় প্ৰাসাদত বিবাহপাশত আবদ্ধ হয় সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে। বিবাহৰ অন্তত বুধবাৰে দিল্লীৰ শহুৰেকৰ ঘৰত উপস্থিত হয় কিয়াৰা। ন বোৱাৰী কিয়াৰাৰ পিন্ধনত আছিল ৰঙা অনাৰ্কলি, মুখত নামমাত্ৰ মেক আপ। সিদ্ধাৰ্থই পিন্ধিছে বগা কাশ্মীৰী শ্বলৰ সৈতে ৰঙা শ্বেৰৱানী। ইজনে সিজনৰ হাতত ধৰি নৱবিবাহিত দুগৰাকী দিল্লী বিমানবন্দৰৰ পৰা ওলাই