হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিন এজন দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ নামত উচৰ্গা কৰা হয়। এই দিনটোত মা লক্ষ্মীক সঠিকভাৱে পূজা কৰিলে ঘৰত সুখ, সমৃদ্ধি আৰু শান্তিৰ অভাৱ নহয়। জ্যোতিষৰ মতে শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু বহু সময়ত অজানিতে কিছুমান
Category: Assamese News
অসম চৰকাৰৰ উদাসীনতাৰ বাবেই অসমৰ মাটিত নগাই অবাধ বেদখল চলাবলৈ সাহস কৰিছে। অসমৰ ইখনৰ পিছত সিখন ঠাইত চলাই গৈছে অবাধ বেদখল। মৰিয়নিৰ অসম নগালেণ্ড সীমামূৰীয়া অঞ্চলৰ অসমৰ অধিকাংশ মাটি নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। আজি পুৰুষ মহিলা সমন্বিতে ৩০-৪০জনীয়া নগাৰ এটা দলে অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাটি বেদখলৰ চেষ্টা
ধন আদায় নিদিলে কোকৰাঝাৰ কাৰাগাৰত কাৰাবন্দীক সাক্ষাতৰ অনুমতি প্ৰদান নকৰে কাৰাগাৰত থকা কৰ্মচাৰীয়ে। ৰাজ্যজুৰি বাল্য বিবাহকাৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ চালান দিয়াৰ পিছতেই আজি এগৰাকী যুৱকে কাৰাবন্দীক সাক্ষাতৰ বাবে গৈ ধন আদায় দিবলগীয়া হয়। ধন আদায়ৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাত জিলা উপায়ুক্ত বৰ্ণালী ডেকাই দণ্ডাধীশ পৰ্যায়ৰ
ॐ नमः शिवाय🙏 শাওন মাহৰ শেষটো সোমবাৰ🕉️ দেৱাদিদেৱ মহাদেৱ শিৱ বাবাৰ বাবে শাওন মাহটো খুবেই প্ৰিয় বুলি আমি সকলোৱে জানো..!!! বছৰৰ ১২তা মাহৰ ভিতৰত.. শাওন মাহটো শিৱ বাবাৰ.. আটাইতকৈ প্ৰিয় মাহ।। ১/শাওন মাহতে সমুদ্র মন্থন কৰা হৈছিল। সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা.. কালকুট বিষ মহাদেৱে শাওঁণ মাহতে পান কৰিছিল।। ২/হলাহল বিষ
গ্ৰীষ্মকালত ঘামচি ওলোৱাৰ বাবে বেছিভাগ মানুহৰে বাহুৰ তলৰ অংশ ক’লা হৈ পৰে, যিটো চাফা কৰাটো অতি কঠিন কাম। ডাৰ্ক আণ্ডাৰআৰ্ম হোৱাৰ অন্য বহু কাৰণ থাকিব পাৰে। আজি আমি এনে কিছুমান টিপছৰ বিষয়ে জানিম, যাৰ দ্বাৰা আপুনি ডাৰ্ক আণ্ডাৰআৰ্মৰ পৰা সহজে মুক্তি পাব পাৰে। নেমুৰে বাহুৰ তলৰ অংশ উজ্জ্বল কৰাৰ বাবে নেমুটো ডাঠকৈ