আজিৰে পৰা অসমত পৱনহংস লিমিটেডে আৰম্ভ কৰিব হেলিকপ্টাৰ সেৱা (Pawan Hans Helicopter Service)। উড়ান আঁচনিৰ অধীনত ৬টাকৈ স্থানলৈ চলিব এই হেলিকপ্টাৰ সেৱা। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব পৱনহংসৰ হেলিকপ্টাৰ। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা। পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশতো আৰম্ভ কৰা হ’ব পৱনহংসৰ হেলিকপ্টাৰ সেৱা।
Category: Assamese News
মছজিদ-গীৰ্জাৰ পিছত প্ৰশাসনৰ বুলড’জৰৰ কোব পৰিল মন্দিৰৰ ওপৰত বুলড’জাৰ লগাই ভাঙি পেলালে মন্দিৰ চিৰাঙৰ ৰিপু বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
অতি সুৰক্ষিত বিধায়ক আৱাসত অপহৰণৰ ঘটনা। বিধায়ক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসত থৈছিল অপহৰণ কৰি অনা যুৱতী। দিছপুৰ থানাত গোচৰ ৰুজু। AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ গোচৰ। বিধায়ক আৱাসত যুৱতীক শাৰীৰিক নিৰ্যাতন কৰা বুলি অভিযোগ।
ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰৰ দিনটো মহাদেৱক উৎসৰ্গা কৰা হৈছে। আজিৰ দিনটোত ভগৱান শংকৰক নীতি-নিয়মেৰে পূজা কৰা হয়। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ শিৱলিংগত পূজা কৰা হয়। শিৱলিংগত কিছুমান নৈবদ্য আগবঢ়াই শিৱৰ বিশেষ কৃপা পোৱা যায়। কিছুমান কথা পাহৰিও শিৱপূজাত অৰ্পন কৰিব নালাগে। প্ৰথমতে শিৱলিংগত কি কি অৰ্পন কৰিব লাগে জানো আহক। শিৱলিংগত
প্ৰায়ে মন্দিৰৰ সকলোৱে নিশ্চয় দেখিছে যে শিৱ মন্দিৰৰ ভিতৰত ভোলেনাথৰ দৰ্শনৰ পূৰ্বে বাহিৰত বা কাষত নন্দীৰ প্ৰতিমূৰ্তি আছে। ভক্তসকলে প্ৰথমে তেওঁক দেখা পায়, তাৰ পিছত ভোলেনাথক দেখা যায়। নন্দীক ভগৱান শিৱৰ বাহন বুলি কোৱা হয়। শিৱ আৰু নন্দীৰ মাজত সম্পৰ্ক আছে, সেইটো জানেনে? য’ত ভগৱান শিৱ আছে তাত নন্দি। আচলতে