20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

শিৱ পূজাত এই সমূহ নৈবদ্য অৰ্পন কৰিবলৈ নাপাহৰিব

Assamese Newsশিৱ পূজাত এই সমূহ নৈবদ্য অৰ্পন কৰিবলৈ নাপাহৰিব

ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰৰ দিনটো মহাদেৱক উৎসৰ্গা কৰা হৈছে।  আজিৰ দিনটোত ভগৱান শংকৰক নীতি-নিয়মেৰে পূজা কৰা হয়।

ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ শিৱলিংগত পূজা কৰা হয়।  শিৱলিংগত কিছুমান নৈবদ্য আগবঢ়াই শিৱৰ বিশেষ কৃপা পোৱা যায়।  কিছুমান কথা পাহৰিও শিৱপূজাত অৰ্পন কৰিব নালাগে। প্ৰথমতে শিৱলিংগত কি কি অৰ্পন কৰিব লাগে জানো আহক।

শিৱলিংগত এইবোৰ অৰ্পন কৰক

পানী

গাখীৰ

চেনি

কেশৰ

সুগন্ধি

দৈ

দেশী ঘী

চন্দন

মৌ

ভাং

শিৱলিংগত এইবোৰ বস্তু অৰ্পন কৰিব নালাগে

শিৱলিংগত শংখেৰে জল আগবঢ়াব নালাগে।

শিৱলিংগত কেতকী ফুল আগবঢ়াব নালাগে।

ভগৱান শংকৰৰ পূজাত তুলসী ব্যৱহাৰ কৰা নহয়।  তুলসী ভোলেনাথক প্ৰদান কৰা নহয়।

আনকি ভগৱান শংকৰৰ পূজাত হালধিও ব্যৱহাৰ কৰা নহয়।

নাৰিকলৰ পানীও ভগৱান শংকৰক অৰ্পণ কৰা নহয়।

পূজাৰ নিয়ম

পুৱা সোনকালে উঠি গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে।

ঘৰৰ মন্দিৰত এগছি বন্তি জ্বলাব লাগে।

গংগা পানীৰে ভগৱান শিৱ আৰু সকলো দেৱ-দেৱীৰ অভিষেক কৰিব লাগে।

পূজাথ ফুল আগবঢ়াওক।

ভগৱান শিৱক আৰতি কৰা আৰু লগতে ভোগ আগ বঢ়াব লাগে।  মনত ৰাখিব যে কেৱল সাত্ত্বিক বস্তুহে ভগৱানক অৰ্পণ কৰে যেন।

ভগৱান শিৱৰ ওপৰত অধিক ধ্যান ৰাখিব লাগে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!