AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ গোচৰ। দিছপুৰ থানাত গোচৰ ৰুজু।

AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ গোচৰ। দিছপুৰ থানাত গোচৰ ৰুজু।

অতি সুৰক্ষিত বিধায়ক আৱাসত অপহৰণৰ ঘটনা।

বিধায়ক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসত থৈছিল অপহৰণ কৰি অনা যুৱতী।

দিছপুৰ থানাত গোচৰ ৰুজু।

AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ গোচৰ।

বিধায়ক আৱাসত যুৱতীক শাৰীৰিক নিৰ্যাতন কৰা বুলি অভিযোগ।

Shahnawaz Hamza