মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷ মুখ্যমন্ত্ৰীৰ এই বিশেষ টুইটটোৰ পাছতেই শুকুৰবাৰে মাজ নিশাৰে পৰা যুদ্ধংদেহি স্থিতিয়ে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান৷ ৰাজ্যৰ জকাইচুকীয় গাঁৱতো নিশাৰে পৰা আৰক্ষী বাহনৰ চাইৰেণ আৰু চাৰিওপিনে মাতৃ-বোৱাৰীৰ কান্দোনৰ ৰোল৷ আৰক্ষীৰ এই তৎপৰতাৰ লক্ষ্য হৈছে কম বয়সৰ ছোৱালীক বিয়া কৰোৱা বে-আইনী স্বামী৷ অৰ্থাৎ বাল্য
Category: Assamese News
সকলোৰে দৃষ্টি এতিয়া সিদ্ধাৰ্থ মালহোত্ৰা-কিয়াৰা আদৱানীৰ বিয়াৰ ওপৰত। চেলিব্ৰিটি দম্পতীহালে ফেব্ৰুৱাৰী মাহৰ ৬-৭ তাৰিখে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে, কিন্তু এতিয়ালৈকে তেওঁলোকে আনুষ্ঠানিকভাৱে বাতৰিটো ঘোষণা কৰা নাই। দম্পতীহালৰ বিয়া সাম্প্ৰতিক সময়ত শিৰোনামত আছে। ইফালে, বহুতো চেলিব্ৰেটী জয়ছেলমেৰলৈ ৰাওনা হোৱাৰ আগতেই এই খবৰটো নিশ্চিত কৰা হৈছিল আৰু এতিয়া কিয়াৰা আদৱানীও ৰাজস্থানলৈ
পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাত চৰম সিদ্ধান্ত ল’লে এগৰাকী মহিলাই। ১২ বছৰ বয়সতে বিয়া হৈছিল খুচবু বেগম নামৰ ২ সন্তানৰ মাতৃগৰাকী। এতিয়া খুচবুৰ বয়স হৈছিল ২৩ বছৰ। ঝাউদাঙা পূবেৰ গাঁৱত সংঘটিত হৈছে এই মৰ্মন্তুদ ঘটনা। ২০১২ চনতে বিবাহপাশত আবদ্ধ হৈছিল খুচবু। স্বামী মনোজ মিঞাৰ সৈতে বিবাহপাশত আদ্ধ হোৱাৰ সময়ত খুচবুৰ বয়স
দেৱী লক্ষ্মীক সন্তষ্ট কৰিবলৈ পুৱাই উঠি কৰক এই চাৰিটা কাম। তেতিয়া সদায় থাকিব আপোনাৰ ওপৰত লক্ষ্মী মাৰ কৃপা দৃষ্টি। জ্যোতিষশাস্ত্রই কিছুমান ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে, যিবোৰ দিন আৰু সময় অনুসৰি পালন কৰিলে সুফল পোৱা যায়। কিছুমান পদক্ষেপ, সেইবোৰ সন্ধিয়া, নিশা বা ৰাতিপুৱা লোৱাৰ প্ৰভাৱ পেলায়। ৰাতিপুৱা শক্তি সদায় ইতিবাচক
মঙ্গলবাৰৰ দিনটোক বালাজী হনুমানৰ বাৰ বুলি কোৱা হয়।মঙ্গলবাৰ বা শনিবাৰ যিদিনায়েই হওঁক এই দুদিন হনুমানক সমৰ্পিত কৰা হয়।ভগৱান হনুমানক বল, বুদ্ধি দেৱতা বুলি কোৱা হয়। কোৱা হয় যিমান সহজ-সৰল ভগৱান হনুমানৰ ব্যক্তিত্ব সিমানেই সহজ-সৰল এওঁক পূজা অৰ্চনা কৰাটো।এওঁক ভগৱান শিৱৰ ৰুদ্ৰ অৱতাৰ বুলি কোৱা হয়। শিৱৰ ৰুদ্ৰ অৱতাৰ যেতিয়া অলপতে